চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ‘ফিট ইণ্ডিয়া’ আন্দোলনৰ যোগ দিবলৈ উৎসাহ যোগাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যোগ অনুশীলন কৰি থকা তেওঁ আন এটা থ্ৰীডি ভিডিঅ’ শ্বেয়াৰ কৰে। এই ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে ‘তাড়াসন’ৰ অনুশীলন কৰি আছে।
Earlier the PM had shared a similar video of him practising the 'Trikonasana'.
Tadasana has several benefits.
— Narendra Modi (@narendramodi) March 29, 2018
This video shows you how to practice it. #FitIndia #4thYogaDay pic.twitter.com/lqZRHtlIqG