প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পূব ভাৰতৰ কিছু কিছু অঞ্চলত ঘূৰ্ণী বতাহ বুলবুলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লয়৷ তেওঁ লগতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতেও পৰিস্থিতি সন্দৰ্ভত কথা পাতে আৰু কেন্দ্ৰৰ পৰা যথাসম্ভৱ সাহায্যৰ প্ৰতিশ্ৰুতি দিয়ে৷
Reviewed the situation in the wake of cyclone conditions and heavy rain in parts of Eastern India.
— Narendra Modi (@narendramodi) November 10, 2019
Spoke to WB CM @MamataOfficial regarding the situation arising due to Cyclone Bulbul. Assured all possible assistance from the Centre. I pray for everyone’s safety and well-being.