প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জে. জয়াললিতাৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁক স্মৰণ কৰে৷
টুইটাৰযোগে এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “জে. জয়াললিতাৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁক স্মৰণ কৰিছো৷ জনতাকেন্দ্ৰিক নীতি আৰু পিছপৰা লোকসকলৰ সবলীকৰণৰ বাবে লোৱা প্ৰচেষ্টাৱলীৰ বাবে তেওঁ সৰ্বত্ৰ প্ৰশংসা লাভ কৰিছিল৷ আমাৰ নাৰী শক্তি সবলীকৰণৰ ক্ষেত্ৰত তেওঁ উল্লেখযোগ্য প্ৰচেষ্টা হাতত লৈছিল৷ মই সদায় তেওঁৰ সৈতে বিভিন্ন সময়ত হোৱা বাৰ্তালাপৰ কথা মোৰ সদায় মনত থাকিব৷”
Remembering Jayalalithaa Ji on her birth anniversary. She is widely admired for her pro-people policies and efforts to empower the downtrodden. She also made noteworthy efforts to empower our Nari Shakti. I will always cherish my several interactions with her. pic.twitter.com/nyV3xz1Lb8
— Narendra Modi (@narendramodi) February 24, 2021