প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী ফ্লৰেন্স পাৰ্লীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ
"ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰী @florence_parly ক আজি আদৰণি জনাওঁ আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা, আঞ্চলিক নিৰাপত্তা, ইণ্ডো-পেচিফিক আৰু ইউৰোপিয়ান ইউনিয়ন কাউন্সিলত ফ্ৰান্সৰ আগন্তুক অধ্যক্ষতা সম্পৰ্কে আলোচনা কৰো।
মই আমাৰ কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অংগীকাৰৰ কথা দোহাৰো।"
Received French Minister for Armed Forces @florence_parly today and discussed bilateral defence cooperation, regional security, Indo-Pacific and France’s forthcoming Presidency of the EU Council.
— Narendra Modi (@narendramodi) December 17, 2021
I reiterated India's commitment to further deepening our Strategic Partnership. pic.twitter.com/GbmLSKcHkk