প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

 

“মই শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ জন্মজয়ন্তীত নতশিৰে প্ৰণাম কৰিছো। তেওঁ সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতীক আছিল। তেওঁ এখন মুক্ত আৰু বিভেদহীন সমাজৰ সপোন দেখিছিল,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে যোৱাবছৰ শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আগবঢ়োৱা ভাষণৰ লিংকো উপলব্ধ কৰে।

 

ভাষণৰ লিংকঃ https://www.narendramodi.in/pm-modi-addresses-sri-ram-krishna-vachanmitra-satram-tiruvalla-via-video-conferencing-534416

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Indian IPOs set to raise up to $18 billion in second-half surge

Media Coverage

Indian IPOs set to raise up to $18 billion in second-half surge
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2025
July 11, 2025

Appreciation by Citizens in Building a Self-Reliant India PM Modi's Initiatives in Action