সন্ত ৰবিদাসক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘সন্ত ৰবিদাসজীয়ে শতাব্দী পূৰ্বে সমতা, সদ্ভাৱনা আৰু কৰুণাৰ যি বাণী বিলাইছিল সেয়াই দেশবাসীক যুগ যুগ ধৰি অনুপ্ৰাণিত কৰিব। তেওঁৰ জয়ন্তীত মই তেওঁক প্ৰণাম জনাইছোঁ।’

 

  • Rivender Singh Basla February 25, 2024

    Jay bhajpa Jay bhajpa Tay bhajpa Jay Shri Ram
  • Rivender Singh Basla February 25, 2024

    Jai shree ram jai jai shree ram
  • Rivender Singh Basla February 25, 2024

    Modi ji ki baat mein dam Ha bhai Jai shree ram
  • Rivender Singh Basla February 25, 2024

    Modi ka Vikas bolata hai
  • Rivender Singh Basla February 25, 2024

    very nice 👍 jai shree ram jai jai shree ram good BJP Sarkar 2024 FIR Modi Sarkar 401 ke paar
  • Rivender Singh Basla February 25, 2024

    Modi Sarkar 401 ke paar 2024
  • Rivender Singh Basla February 25, 2024

    Modi ha to Mumkin Ha bhai Jai shree ram
  • Rivender Singh Basla February 25, 2024

    Modi ji ki guarantee
  • Rivender Singh Basla February 25, 2024

    vote for BJP Sarkar 2024 Modi Sarkar
  • Rivender Singh Basla February 25, 2024

    har Ghar Modi Sarkar 401 ke paar 2024 Modi Sarkar
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 3.3 crore candidates trained under NSDC and PMKVY schemes in 10 years: Govt

Media Coverage

Over 3.3 crore candidates trained under NSDC and PMKVY schemes in 10 years: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
শ্ৰী জগদীপ ধনখড়ৰ সুস্বাস্থ্য কামনা প্ৰধানমন্ত্ৰীৰ
July 22, 2025

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী জগদীপ ধনখড়ৰ সুস্বাস্থ্য কামনা কৰিছে। শ্ৰী মোদীয়ে কয় যে শ্ৰী জগদীপ ধনখড়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে তথা বিভিন্ন সামৰ্থ্যৰে আমাৰ দেশলৈ বিভিন্ন সেৱা আগবঢ়োৱাৰ বহু সুযোগ লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এনেদৰে পোষ্ট কৰিছেঃ

"শ্ৰী জগদীপ ধনখড়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিকে ধৰি বিভিন্ন সামৰ্থ্যৰে আমাৰ দেশলৈ সেৱা আগবঢ়োৱাৰ বহু সুযোগ লাভ কৰিছে। তেওঁৰ সুস্বাস্থ্য কামনা কৰিলো।

श्री जगदीप धनखड़ जी को भारत के उपराष्ट्रपति सहित कई भूमिकाओं में देश की सेवा करने का अवसर मिला है। मैं उनके उत्तम स्वास्थ्य की कामना करता हूं।”