প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চৌধুৰী চৰণ সিঙৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

‘‘চৌধুৰী চৰণ সিঙৰ জয়ন্তীত তেওঁক সোঁৱৰণ কৰিছো৷ পৰিশ্ৰমী কৃষকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰা চৰণ সিঙ মহোদয়ে বঞ্চিতসকলৰ সৱলীকৰণৰ বাবে অহোপুৰুষাৰ্থ শ্ৰম কৰিছিল৷ ভাৰতৰ গণতান্ত্ৰিক পৰিকাঠামো শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ অগ্ৰগামী আছিল’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুন 2025
June 08, 2025

PM Modi’s Vision of Women-led Development – Transforming Women into Nation Builders