QuotePM pays tributes to Bhagat Singh, Rajguru and Sukhdev on their martyrdom day

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ শ্বহীদ দিৱসত তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷

‘ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ বলিদান আমাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ৷ প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱবোধ কৰে যে এই তিনিগৰাকী মহান ব্যক্তি আমাৰ ভূমিত জন্ম পাইছিল৷ যৌৱনৰ শিখৰ অৱস্থাত তেওঁলোকে দেশ আৰু জাতিৰ বাবে আত্মবলিদান দিছিল—যাতে আনে স্বাধীন আৰু মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
How MUDRA & PM Modi’s Guarantee Turned Jobseekers Into Job Creators

Media Coverage

How MUDRA & PM Modi’s Guarantee Turned Jobseekers Into Job Creators
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 এপ্ৰিল 2025
April 15, 2025

Citizens Appreciate Elite Force: India’s Tech Revolution Unleashed under Leadership of PM Modi