QuoteThe thoughts and ideals of Bapu have the power to help us overcome the menace of terrorism and climate change, two challenges humanity faces in these times: PM
QuoteThrough his lifestyle, Bapu showed what living in harmony with nature is: PM Modi

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিউলৰ য়োনছেই বিশ্ববিদ্যালয়ত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচনকৰে৷

|

কোৰিয়াৰ ৰাষ্ট্ৰপতি শ্ৰীমান মুন জাই-ইন, কোৰিয়াৰ ফাৰ্ষ্ট লেডী কিম জাং-ছোক আৰু ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান বেন কি-মুন অনুষ্ঠানত উপস্থিত আছিল৷

|

 

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ছিউলত বাপুজীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰাটো তেওঁৰ বাবে এক সন্মানৰ বিষয়৷

|

 

দেশে বাপুজীৰ ১৫০ সংখ্যক জন্মবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ সময়তে তেওঁৰ আৱক্ষ মূৰ্তি ছিউলত উন্মোচিত হোৱাটো অধিক গুৰুত্বপূৰ্ণ বিবেচিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ 

|

তেওঁ কয় যে বাপুজীৰ চিন্তা আৰু ধাৰণাৰ মাজত সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যা প্ৰতিৰোধ কৰিব পৰা শক্তি আছিল৷

|

প্ৰকৃতিৰ সৈতে মানুহে কিদৰে শান্তিৰে বাস কৰিব পাৰে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এখন স্বচ্ছ আৰু সেউজ পৃথিৱী এৰি থৈ যোৱাটো কিমান প্ৰয়োজন,সেয়া নিজৰ জীৱনশৈলীৰ মাজেৰে বাপুজীয়ে প্ৰদৰ্শন কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷

উল্লেখ্য যে, য়োনছেই বিশ্ববিদ্যালয় হ’ল দক্ষিণ কোৰিয়াৰ এখন অন্যতম মৰ্যদাপূৰ্ণ বিশ্ববিদ্যালয়৷

দক্ষিণ কোৰিয়াত মহাত্মা গান্ধীক বিশ্ব শান্তিৰ এগৰাকী দূত হিচাপে গণ্য কৰা হয়৷

  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp December 12, 2023

    नमो नमो नमो नमो नमो नमो नमो नमो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
In Mann Ki Baat, PM Stresses On Obesity, Urges People To Cut Oil Consumption

Media Coverage

In Mann Ki Baat, PM Stresses On Obesity, Urges People To Cut Oil Consumption
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 ফেব্ৰুৱাৰী 2025
February 24, 2025

6 Years of PM Kisan Empowering Annadatas for Success

Citizens Appreciate PM Modi’s Effort to Ensure Viksit Bharat Driven by Technology, Innovation and Research