প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী ড০ লোটায় শ্বেৰিঙৰ সৈতে আজি দ্বিপাক্ষিক বৈঠকত অংশ লয়৷ নেতা দুগৰাকীয়ে বিভিন্ন খণ্ডত ভাৰত-ভূটান অংশীদাৰিত্ব সম্প্ৰসাৰিত কৰাত গুৰুত্ব আৰোপ কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে ভূটানৰ ৰজাৰ সাক্ষাৎ কৰে৷ তেওঁলোকে দেশ দুখনৰ মাজত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাক লৈ আলোচনাত মিলিত হয়৷
প্ৰধানমন্ত্ৰীয়ে মহামান্য চতুৰ্থ ড্ৰাক গ্যালপোৰ সৈতেও বিস্তৃত আলোচনাত মিলিত হয়৷
Infusing new energy and trust in our close relationship.
— Raveesh Kumar (@MEAIndia) August 17, 2019
PM @narendramodi held delegation levels talk with @PMBhutan Lyonchhen Dr. Lotay Tshering. Discussed steps to further expand our partnership across several sectors. pic.twitter.com/clZP7RzZvi