প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী ড০ লোটায় শ্বেৰিঙৰ সৈতে আজি দ্বিপাক্ষিক বৈঠকত অংশ লয়৷ নেতা দুগৰাকীয়ে বিভিন্ন খণ্ডত ভাৰত-ভূটান অংশীদাৰিত্ব সম্প্ৰসাৰিত কৰাত গুৰুত্ব আৰোপ কৰে৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে ভূটানৰ ৰজাৰ সাক্ষাৎ কৰে৷ তেওঁলোকে দেশ দুখনৰ মাজত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাক লৈ আলোচনাত মিলিত হয়৷  

প্ৰধানমন্ত্ৰীয়ে মহামান্য চতুৰ্থ ড্ৰাক গ্যালপোৰ সৈতেও বিস্তৃত আলোচনাত মিলিত হয়৷ 

  • Babla sengupta January 03, 2024

    Babla sengupta
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How Apple’s move to India is redrawing the world tech map

Media Coverage

How Apple’s move to India is redrawing the world tech map
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুন 2025
June 14, 2025

Building a Stronger India: PM Modi’s Reforms Power Infrastructure, Jobs, and Rural Prosperity