প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুলগেৰিয়াৰ অপহৃত জাহাজ “ৰুয়েন” আৰু ৭ জন বুলগেৰিয়ান নাগৰিককে ধৰি ইয়াৰ ক্ৰু সদস্যক ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰাৰ সন্দৰ্ভত বুলগেৰিয়াৰ ৰাষ্ট্ৰপতি ৰুমেন ৰাদেৱৰ টুইটাৰৰ প্ৰত্যুত্তৰ দিছে। ভাৰত মহাসাগৰ অঞ্চলত জাহাজ চলাচলৰ স্বাধীনতা ৰক্ষা আৰু পাইৰেচি আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক শলাগ লোৱাৰ লগতে গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে।

টুইটাৰৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ:

“বুলগেৰিয়াৰ ৰাষ্ট্ৰপতি মহোদয়, আপোনাৰ বাৰ্তাৰ শলাগ লৈছো। আমি সুখী যে ৭ জন বুলগেৰিয়ান নাগৰিক নিৰাপদ আৰু অতি সোনকালে ঘৰলৈ উভতি আহিব। ভাৰত মহাসাগৰীয় অঞ্চলত নৌ যাতায়তৰ স্বাধীনতা ৰক্ষা আৰু পাইৰেচি আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ।”

 

 

  • Dr Swapna Verma May 30, 2024

    जय श्री राम 🙏
  • Jayanta Kumar Bhadra May 24, 2024

    you are free
  • Jayanta Kumar Bhadra May 24, 2024

    namaste sir
  • Jayanta Kumar Bhadra May 24, 2024

    . namaste 🙏
  • Jayanta Kumar Bhadra May 24, 2024

    but you don't want
  • Jayanta Kumar Bhadra May 24, 2024

    good night
  • Jayanta Kumar Bhadra May 24, 2024

    quotes on life
  • Jayanta Kumar Bhadra May 24, 2024

    what is this
  • Jayanta Kumar Bhadra May 24, 2024

    zee news namaste namaste
  • Jayanta Kumar Bhadra May 24, 2024

    zee news
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Over 28 lakh companies registered in India: Govt data

Media Coverage

Over 28 lakh companies registered in India: Govt data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ফেব্ৰুৱাৰী 2025
February 19, 2025

Appreciation for PM Modi's Efforts in Strengthening Economic Ties with Qatar and Beyond