প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম বাৰ্ষিকী উপলক্ষে দুয়োগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷
তেওঁ কয় যে শান্তি, সংহতি আৰু ভাতৃত্ববোধৰ ক্ষেত্ৰত গান্ধীজীৰ প্ৰতিশ্ৰুতি সদায় অটল আছিল৷ তেওঁ এনে এক বিশ্বৰ কল্পনা কৰিছিল, য’ত আটাইতকৈ দুখীয়া লোকজন সবল হয়৷ তেওঁ আদৰ্শই আমাক পথৰ সন্ধান দিয়ে৷ #Gandhi150
লাল বাহদুৰ শাস্ত্ৰীৰ সন্দৰ্ভত তেওঁ কয় যে ভাৰতবাসীয়ে শাস্ত্ৰীজীৰ মূল্যবান অৱদানক কেতিয়াও নাপাহৰে৷ তেওঁ এগৰাকী অদম্য ব্যক্তি আছিল, যিগৰাকীয়ে যি পৰিস্থিতিৰে সন্মুখীন নহওক কিয়, কেতিয়াও নিজৰ আদৰ্শ আৰু নীতিৰ পৰা বিচলিত হোৱা নাছিল৷

राष्ट्रपिता महात्मा गांधी को उनकी 150वीं जन्म-जयंती पर शत-शत नमन।
— Narendra Modi (@narendramodi) October 2, 2019
Tributes to beloved Bapu! On #Gandhi150, we express gratitude to Mahatma Gandhi for his everlasting contribution to humanity. We pledge to continue working hard to realise his dreams and create a better planet. pic.twitter.com/4y0HqBO762
At Rajghat, paid tributes to Bapu.
— Narendra Modi (@narendramodi) October 2, 2019
Gandhi Ji’s commitment to peace, harmony and brotherhood remained unwavering. He envisioned a world where the poorest of the poor are empowered.
His ideals are our guiding light. #Gandhi150 pic.twitter.com/4UHLj1EfhB
‘जय जवान जय किसान’ के उद्घोष से देश में नव-ऊर्जा का संचार करने वाले पूर्व प्रधानमंत्री लाल बहादुर शास्त्री जी को उनकी जयंती पर शत-शत नमन। pic.twitter.com/Vr9KddOUf5
— Narendra Modi (@narendramodi) October 2, 2019
At Vijay Ghat, paid tributes to Shastri Ji.
— Narendra Modi (@narendramodi) October 2, 2019
India will never forget the valuable contribution of Shastri Ji. He was a stalwart who never deviated from his ideals and principles, come what may. pic.twitter.com/myP7h3erqt