প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডুবাইত গাল্ফ সহযোগিতা পৰিষদৰ অন্তৰ্গত দেশসমূহৰ ব্যৱসায়িক মূৰব্বীসকলৰ সৈতে সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নতুন ভাৰতৰ প্ৰতিচ্ছবি দাঙি ধৰি ব্যৱসায়িক মূৰব্বীসকলক ভাৰতত ব্যৱসায় কৰিব পৰা সহজ পৰিবেশৰ বিষয়ে অৱগত কৰে।
তেওঁ ভাৰতে প্ৰদান কৰিব পৰা অৰ্থনৈতিক সুবিধাসমূহৰ বিষয়ে অৱগত কৰি যোৱা ৩.৫ বছৰত ভাৰতত লোৱা সংস্কাৰমূলক পদক্ষেপ সমূহৰ বিষয়েও গাল্ফ সহযোগিতা পৰিষদৰ অন্তৰ্গত দেশসমূহৰ ব্যৱসায়িক মূৰব্বীসকলৰ আগত ব্যক্ত কৰে।
— PMO India (@PMOIndia) February 11, 2018
PM @narendramodi met business leaders from Gulf Cooperation Council countries. He spoke at length about the economic opportunities in India and the series of reforms undertaken in the last 3.5 years. pic.twitter.com/Ne5qdHzafD