ব্ৰিটেইন গ্লাছগ’ত ২ নৱেম্বৰ, ২০২১ত কপ-২৬ শীৰ্ষক অনুষ্ঠানৰ সমান্তৰালভাৱে শ্ৰীযুত বিল গেটছৰ সৈতে বৈঠকত মিলিত হয়।
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বিল গেটছ আৰু মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনে ভাৰতত কৰি থকা কামৰ প্ৰশংসা কৰে৷ বিল গেটছে প্ৰধানমন্ত্ৰীক মিচন ইন’ভেচনৰ অগ্ৰগতিৰ সন্দৰ্ভত চমুকৈ অৱগত কৰে৷ তেওঁলোকে ভাৰতত মিচন ইন’ভেচনৰ কাম-কাজৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে৷
আলোচনাত হাইড্ৰ’জেন, বিমানৰ ইন্ধন, বেটাৰী ষ্টৰেজ আৰু ভেকচিনৰ গৱেষণাৰ দৰে বিষয়ে স্থান লাভ কৰে৷
Had an excellent meeting with @BillGates at the @COP26 Summit. We discussed a wide range of subjects including ways to strengthen global efforts towards overcoming climate change. pic.twitter.com/aUlQjRU45W
— Narendra Modi (@narendramodi) November 2, 2021