QuotePM Modi interacts with with NCC Cadets, NSS Volunteers and Tableaux Artists

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত গণতন্ত্ৰ দিৱসৰ লগত সঙ্গতি ৰাখি এন চি চিৰ কেডেট, প্ৰদৰ্শনীৰ শিল্পীসকল, জনজাতীয় অতিথি আৰু এন এচ এচৰ স্বচ্ছাসেৱীসকলৰ সৈতে মত বিনিময় কৰে। 

তিনমূৰ্ত্তিৰ ঘাঁহনিত সমবেত হোৱা এন চি চিৰ কেডেটসকলৰ লগত তেওঁ ভাৰতৰ বৈচিত্ৰৰ বিষয়ে কথা পাতে। তেওঁ কয় যে তেওঁলোকে ইজনে সিজনৰ পৰা বহু কথা শিকিব পাৰিব। তেওঁ কয় যে  আমি আমাৰ চাৰিওফালে সুখৰ বাৰ্তা বিয়পোৱা অতি প্ৰয়োজন। 

|

তেওঁ কয় যে ভাৰতৰ যুৱপ্ৰজন্মই যোগাত্মক পৰিৱৰ্তন আনিব পাৰিব।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সশস্ত্ৰ সেনাবাহিনীক লৈ সমগ্ৰ দেশেই গৌৰৱবোধ কৰে। দেশৰ সেৱাত যুক্ত হৈ থকা সাহসী সৈনিকসকলৰ বিষয়ে আমি ভালদৰে জনা উচিত।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বহুকেইজন আৰক্ষী কৰ্মীয়ে দেশৰ হকে নিজৰ জীৱনদান দিছে, আমি তেওঁলোকৰ ত্যাগৰ বিষয়ে জনাটো অতি প্ৰয়োজন।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বচ্ছতাৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে স্বচ্ছ ভাৰতৰ বাবে মহাত্মা গান্ধীয়ে দেখা সপোন সাৰ্থক কৰাটো আমাৰ দায়িত্ব।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ১০ খন বিভিন্ন ৰাষ্ট্ৰৰ নেতা উপস্থিত থকা এই বছৰৰ গণতন্ত্ৰ দিৱস বিশেষভাৱে উল্লেখনীয় আছিল। 

 

 

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India dispatches second batch of BrahMos missiles to Philippines

Media Coverage

India dispatches second batch of BrahMos missiles to Philippines
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM’s Departure Statement on the eve of his visit to the Kingdom of Saudi Arabia
April 22, 2025

Today, I embark on a two-day State visit to the Kingdom of Saudi at the invitation of Crown Prince and Prime Minister, His Royal Highness Prince Mohammed bin Salman.

India deeply values its long and historic ties with Saudi Arabia that have acquired strategic depth and momentum in recent years. Together, we have developed a mutually beneficial and substantive partnership including in the domains of defence, trade, investment, energy and people to people ties. We have shared interest and commitment to promote regional peace, prosperity, security and stability.

This will be my third visit to Saudi Arabia over the past decade and a first one to the historic city of Jeddah. I look forward to participating in the 2nd Meeting of the Strategic Partnership Council and build upon the highly successful State visit of my brother His Royal Highness Prince Mohammed bin Salman to India in 2023.

I am also eager to connect with the vibrant Indian community in Saudi Arabia that continues to serve as the living bridge between our nations and making immense contribution to strengthening the cultural and human ties.