প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুইডেনৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰে৷ তেওঁ দুয়োখন ৰাষ্ট্ৰৰ বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা কৰে৷ ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ বাবে ছুইডেনক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত বিনিয়োগৰ সুবিধাসমূহৰ গুৰুত্বতা সমূহ প্ৰদৰ্শন কৰে৷
Talking trade and business ties...top CEOs interact with Prime Ministers @narendramodi and Stefan Löfven. Sweden remains a valued partner for the @makeinindia initiative. PM highlighted the various investment opportunities in India. pic.twitter.com/aj3srazu9k
— PMO India (@PMOIndia) April 17, 2018