QuoteTagline of #AdvantageAssam is not just a statement, but a holistic vision says PM Modi
Quote#AyushmanBharat is the world’s largest healthcare program designed for the poor: PM Modi
QuoteThe formalisation of businesses of MSMEs due to introduction of GST, will help MSMEs to access credit from financial sector, says the PM
QuoteGovernment will contribute 12% to EPF for new employees in all sectors for three years: PM
QuoteOur Govt has taken up many path breaking economic reforms in last three years, which have simplified procedures for doing business: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে।

উপস্থিত প্ৰতিনিধিবৰ্গক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ ‘এক্ট ইষ্ট পলিচি’ৰ বাবে উত্তৰ-পূৰ্বাঞ্চল অভিকেন্দৰস্বৰূপ। ‘এক্ট ইষ্ট পলিচি’ৰদ্বাৰা এচিয়ান দেশসমূহৰ মাজত বাণিজ্যিক তথা অন্যান্য দিশত সম্পৰ্ক স্থাপনৰ লগতে ব্যক্তিগত পৰ্যায়ত সম্পৰ্ক স্থাপনৰ চেষ্টা কৰা হৈছে।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে এচিয়ান-ভাৰত সমন্বয় সন্মিলন আয়োজন কৰি এচিয়ান আৰু ভাৰতৰ মাজত থকা সম্পৰ্কৰ ২৫তম বৰ্ষপূৰ্তি উদযাপন কৰাৰ কথাও উল্লেখ কৰে।তেওঁ কয় যে এচিয়ান আৰু ভাৰতৰ সম্পৰ্ক হাজাৰ বছৰ পুৰণি। এইবাৰ নতুন দিল্লীত গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত ১০ খন এচিয়ান দেশৰ মূৰব্বীক আদৰিবলৈ পোৱাটো অতি গৌৰৱৰ কথা আছিল।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ প্ৰগতিৰ সোপান ৰচিত হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষীপ্ৰ প্ৰগতি আৰু সামঞ্জস্যপূৰ্ণ বিকাশৰ যোগেদিহে। তেওঁ কয় যে, ইয়াৰ নাগৰিকৰ জীৱনধাৰাৰ মান উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে যাৰ মূখ্য উদ্দেশ্যই হৈছে জীৱনধাৰা সহজ কৰি তোলা।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাজেটত ঘোষণা কৰা ‘আয়ুস্মান ভাৰত’ আঁচনি বিশ্বৰ ভিতৰতে বৃহৎ।এই স্বাস্থ্যসেৱা আঁচনিয়ে ৪৫ ৰ পৰা ৫০ কোটি জনতাক সাঙুৰি লব। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অন্যান্য স্বাস্থ্যসেৱা আঁচনিৰ কথাও উল্লেখ কৰে।

|

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষিকৰ্মৰ খৰচ কম কৰি আৰি উৎপাদিত সামগ্ৰীৰ উচিত দাম নিৰ্ধাৰিত কৰি কৃষকৰ আয় দুগুণ কৰাৰ দিশত কাম কৰি আছে।কৃষকৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অন্যান্য আঁচনিৰ কথাও তেওঁ উল্লেখ কৰে।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে সুলভ মূল্যত দৰিদ্ৰসকলৰ বাবে আগবঢ়োৱা আৱাসগৃহৰ কথাও উল্লেখ কৰে।উজ্বলা যোজনাৰ যোগেদি এল ই ডি বাল্বৰ বিতৰণৰ যোগেদি বহু ঘৰত বিদ্যুতৰ খৰচ কম হৈছে।ৰাষ্ট্ৰীয় বাঁহ আভিযানৰ পুনৰ্গঠনে উত্তৰ-পূৰ্বাঞ্চললৈ আনিব পৰা সুবিধাৰ কথাও তেওঁ উল্লেখ কৰে।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰশাসনিক সংস্কাৰৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে প্ৰকল্পসমূহৰ ক্ষীপ্ৰ ৰূপায়ণত সফল হৈছে।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মূদ্ৰা যোজনাৰদ্বাৰা গ্যেৰান্টীবিহীনভাৱে ন-উদ্যোগীলৈ ঋণ প্ৰদানৰ সুবিধা কৰা হৈছে। কেন্দ্ৰীয় বাজেটত এম এচ এম ই ক্ষেত্ৰৰ বাবে কৰ ৰেহাইৰ পদক্ষেপো গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’লাধন আৰু দুৰ্নীতি নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ কথা পুনৰ দোহাৰে।যোৱা তিনি বছৰত কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে যাৰ ফলত ব্যৱসায় কৰা সহজ হৈছে।এই ক্ষেত্ৰত বিশ্ববেংকৰ প্ৰতিবেদনত ভাৰতৰ পূৰ্বৰ স্থান ১৯০ৰ বিপৰীতে ১০০ হৈছেগৈ।

|

মহান অসমীয়া সংগীতজ্ঞ ভূপেন হাজৰিকাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০২২ চনৰ ভিতৰত এখন নতুন ভাৰত গঢ়াৰ লক্ষৰে আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সাৰ্থক কৰিবৰ বাবে মাৰ বান্ধি থিয় দিবই লাগিব।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱহণ আন্তঃগাঁথনিৰ বাবে ল’বলগীয়া পদক্ষেপৰ কথাও উল্লেখ কৰে।

তেওঁ অসমত ব্যৱসায়ৰ বাবে সুচল পৰিৱেশ গঢ়ি তোলাৰ বাবে অসমৰ মূখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা কৰে।

|

Click here to read full text speech

  • krishangopal sharma Bjp January 13, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷🌷🌷🌷🌹🌷🌷🌷🌷🌹🌷🌷🌹🌷🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 13, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷🌷🌷🌷🌹🌷🌷🌷🌷🌹🌷🌷🌹🌷🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 13, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷🌷🌷🌷🌹🌷🌷🌷🌷🌹🌷🌷🌹🌷🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • dhirajlal n Takodara prajapti November 25, 2024

    સબ કા સાથ સબ વિકાસ સબ પ્રયાસ સબ કા વિશ્ર્વાસ કે સાથ વિકસિત ભારત આત્મનિર્ભર ભારત ના સંકલ્પ સાથે આપણે સૌ સાથે મળી ને નવભારત નુ નિર્માણ કરીયે જય હો જય દ્રારીકાધીશ
  • kumarsanu Hajong September 20, 2024

    our resolve vikasit bharat
  • Devendra Singh July 24, 2024

    my self Devendra Singh Khalsa and you tube channel ID hai Devendra Singh jaipuriya hindustani umr 55ki dil bachpan ka, zamana bdl gya ya feer smaaj log bdle ya feer unki soch
  • Devendra Singh July 24, 2024

    Modi ji sach much aap ne Paisa kaise kamate hai aur ye sansaar ka rules hai Laxmi ek ਜਗ੍ਹਾ ਸੇ ਦੂਜੀ ਜਗ੍ਹਾ ਬਦਲਤੀ ਹੈ ਤੋ ਯੁੱਗ ਕੇ ਯੁੱਗ ਪਲਟ ਜਾਤੇ ਹੈਂ,, ਫਿਰ ਧਰਮ ਕਾ ਨਿਰਮਾਣ ਹੋਤਾ ਹੈ ਔਰ ਦੇਸ਼ ਬਣਤਾ ਹੈ aur feer smaaj se sansar ki ਉਤਪਤੀ ਹੋਤੀ ਹੈ
  • Devendra Singh July 24, 2024

    Modi ji aap Hindu Ho aur Hindu ka asli matlb hai man ko khatm kar man ko jeet Chuka ho aur RAM RAM RAM ka Jaap har waqt uski juban par ho aur insaniyat ho Dharm karm ho vo hai Desh ka asli Hindu,,, vichar aur Vani,aur aachran,,vala bnda Hindu hai,,,,asli Hindu RAM ka,,,,bolo koun hai,,
  • Anju Sharma March 29, 2024

    Jai hind
  • Sunita devi March 21, 2024

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
From Playground To Podium: PM Modi’s Sports Bill Heralds A New Era For Khel And Khiladi

Media Coverage

From Playground To Podium: PM Modi’s Sports Bill Heralds A New Era For Khel And Khiladi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
President’s address on the eve of 79th Independence Day highlights the collective progress of our nation and the opportunities ahead: PM
August 14, 2025

Prime Minister Shri Narendra Modi today shared the thoughtful address delivered by President of India, Smt. Droupadi Murmu, on the eve of 79th Independence Day. He said the address highlighted the collective progress of our nation and the opportunities ahead and the call to every citizen to contribute towards nation-building.

In separate posts on X, he said:

“On the eve of our Independence Day, Rashtrapati Ji has given a thoughtful address in which she has highlighted the collective progress of our nation and the opportunities ahead. She reminded us of the sacrifices that paved the way for India's freedom and called upon every citizen to contribute towards nation-building.

@rashtrapatibhvn

“स्वतंत्रता दिवस की पूर्व संध्या पर माननीय राष्ट्रपति जी ने अपने संबोधन में बहुत ही महत्वपूर्ण बातें कही हैं। इसमें उन्होंने सामूहिक प्रयासों से भारत की प्रगति और भविष्य के अवसरों पर विशेष रूप से प्रकाश डाला है। राष्ट्रपति जी ने हमें उन बलिदानों की याद दिलाई, जिनसे देश की आजादी का सपना साकार हुआ। इसके साथ ही उन्होंने देशवासियों से राष्ट्र-निर्माण में बढ़-चढ़कर भागीदारी का आग्रह भी किया है।

@rashtrapatibhvn