QuoteIt is my dream that every Indian has a Pukka house by 2022: PM Modi
QuotePM Modi declares the 2019-2020 as the year of construction technology
QuotePM Modi says a house is not only for walls, but a place where the power to dream comes and aspirations are fulfilled
QuoteThe quality of houses and the space per home has improved in the last four and a half years: PM Modi #PradhanMantriAwasYojana
QuoteOut govt has built 1.3 crore houses and the previous govt made only 25 lakh houses: PM Modi #PradhanMantriAwasYojana

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত অনুষ্ঠিত নিৰ্মাণ প্ৰযুক্তি ইণ্ডিয়া ইভেণ্ট সম্বোধন কৰে৷

|

দেশৰ প্ৰতিটো পৰিয়ালৰ বাবে সপোনৰ ঘৰ নিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা সংকল্প বাস্তবায়িত হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা, হৃদয় আৰু অমৃত আদিৰ দৰে বিভিন্ন আঁচনিয়ে হাউছিং খণ্ডলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে৷ তেওঁ কয় যে ভিন্ন ভৌগোলিক পৰিৱেশৰ সৈতে খাপ খোৱাকৈ প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰাটোও এক প্ৰত্যাহ্বানৰ বিষয়৷

|

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে সহজলভ্য হাউছিং, গৃহ নিৰ্মাণ খণ্ড, দক্ষতা বিকাশ আৰু হাউছিং প্ৰযুক্তিৰ ওপৰত অত্যন্ত গুৰুত্ব আৰোপ কৰা হৈছে৷

|

২০২২ৰ ভিতৰত প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে উপযুক্ত আৱাসগৃহ নিশ্চিত কৰাৰ সপোনৰ কথা   প্ৰধানমন্ত্ৰীয়ে পুনৰ এবাৰ স্মৰণ কৰে আৰু কয় যে এই পৰিকল্পনাৰ অংশ হিচাপে ইতিমধ্যে ১.৩ কোটি আৱাসগৃহ নিৰ্মাণ কৰা হৈছে৷ সক্ষমতা বৃদ্ধি আৰু দৰিদ্ৰক সহায় কৰিবলৈ সকলোকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ তেওঁ আহ্বান জনায়৷

|

প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ আৰু অন্যান্য ইনচেনটিভৰ জৰিয়তে চৰকাৰে গৃহ ক্ৰয় সৰল কৰি তুলিছে৷ গৃহ নিৰ্মাণ (ৰেগুলেচন এণ্ড ডেভেলাপমেণ্ট)আইনে গ্ৰাহকৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে আৰু গৃহ নিৰ্মাণ খণ্ডলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে৷ তেওঁ কয় যে গ্ৰাম্য অঞ্চলত বৃহৎ পৰিমাণৰ দক্ষতাসমৃদ্ধ লোকৰ সৃষ্টি হৈছে৷

|

প্ৰধানমন্ত্ৰীয়ে কয় যে গ্ল’ৱেল হাউচিং টেকন’লজী চেলেঞ্জ এনে এক মঞ্চ যিয়ে ভাৰতৰ নিৰ্মাণ খণ্ডক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰিছে৷ ২০১৯ৰ এপ্ৰিলৰ পৰা ২০২০ৰ মাৰ্চলৈ নিৰ্মাণ প্ৰযুক্তি বৰ্ষ হিচাপে উদযাপিত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে৷

|

 

|

 

|

প্ৰধানমন্ত্ৰীয়ে কয় যে গ্ল’ৱেল হাউচিং টেকন’লজী চেলেঞ্জ এনে এক মঞ্চ যিয়ে ভাৰতৰ নিৰ্মাণ খণ্ডক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰিছে৷ ২০১৯ৰ এপ্ৰিলৰ পৰা ২০২০ৰ মাৰ্চলৈ নিৰ্মাণ প্ৰযুক্তি বৰ্ষ হিচাপে উদযাপিত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে৷

  • Reena chaurasia August 28, 2024

    बीजेपी
  • Pravat Kumar Swain December 10, 2023

    Birla Institute of Technology (BIT)
  • Ajith ma November 18, 2023

    ശബരിമല 🙏
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
How has India improved its defence production from 2013-14 to 2023-24 since the launch of

Media Coverage

How has India improved its defence production from 2013-14 to 2023-24 since the launch of "Make in India"?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi pays tribute to Shree Shree Harichand Thakur on his Jayanti
March 27, 2025

The Prime Minister, Shri Narendra Modi paid tributes to Shree Shree Harichand Thakur on his Jayanti today. Hailing Shree Thakur’s work to uplift the marginalised and promote equality, compassion and justice, Shri Modi conveyed his best wishes to the Matua Dharma Maha Mela 2025.

In a post on X, he wrote:

"Tributes to Shree Shree Harichand Thakur on his Jayanti. He lives on in the hearts of countless people thanks to his emphasis on service and spirituality. He devoted his life to uplifting the marginalised and promoting equality, compassion and justice. I will never forget my visits to Thakurnagar in West Bengal and Orakandi in Bangladesh, where I paid homage to him.

My best wishes for the #MatuaDharmaMahaMela2025, which will showcase the glorious Matua community culture. Our Government has undertaken many initiatives for the Matua community’s welfare and we will keep working tirelessly for their wellbeing in the times to come. Joy Haribol!

@aimms_org”