QuotePM Modi says that his government is focussing on Jan Dhan, Van Dhan and Gobar Dhan
QuoteGuided by Sardar Patel, Pritamrai Desai Ji worked on cooperative housing in a big way in Ahmedabad. These efforts gave wings to the aspirations of several people: PM in Anand
QuoteAmul is not only about milk processing. This is an excellent model of empowerment, says PM Modi
QuoteSardar Patel worked on cooperative housing in a big way: PM Modi
QuoteToday, the time has come to give importance to innovation and value addition: PM Modi in Anand

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দেওবাৰে গুজৰাটৰ আনন্দত আমূলৰ চ’ক’লেট প্ৰস্তুতকৰণৰ অত্যাধুনিক কাৰখানাসহ একাধিক আধুনিক মানৰ খাদ্য প্রস্তুতকৰণ ব্যৱস্থাৰ উদ্বোধন কৰে। চ’ক’লেট কাৰখানা পৰিদর্শনৰ সময়ত তাৰ বিভিন্ন প্রযুক্তি আৰু সামগ্রীৰ সম্পর্কে প্রধানমন্ত্রীক অৱগত কৰা হয়।

|

 

এই উপলক্ষে সমবেত আনন্দৰ অগণন লোকক প্রধানমন্ত্রীয়ে ধন্যবাদ জনায়।

|

তেওঁ কয় যে এই উন্নয়নমূলক প্রকল্পসমূহ সমবায় ক্ষেত্রৰ বাবে অতি দৰকাৰী। প্ৰধানমন্ত্ৰীয়ে কয় যে আমূল ব্ৰেণ্ডটো সমগ্ৰ বিশ্বতে সুপৰিচিত আৰু বিশ্বৰ সর্বত্রে ই সকলোকে প্রেৰণা যোগাই আহিছে। আমূল কেৱল দুগ্ধজাত খাদ্য প্রস্তুতকৰণ সংস্থাই নহয়, আমূল সবলীকৰণৰ আর্দশ মডেল। প্রধানমন্ত্রীয়ে কয় যে যি সমবায়ৰ জৰিয়তে চর্দাৰ পেটেল এনে এক পথ দেখুৱাইছিল যাৰ সম্বন্ধে চৰকাৰ বা উদ্যোগপতিসকলে ভবাই নাছিল। তেওঁ কয় যে আমূল সাধাৰণ জনতাৰ গুৰুত্ব থকা এক বিশেষ মডেল। গুজৰাটৰ সমবায় ক্ষেত্রত বিভিন্ন উদ্যোগে জনসাধাৰণক, বিশেষকৈ কৃষকসকলক সহায় কৰিছে। চর্দাৰ পেটেলে নগৰ উন্নয়নৰ ওপৰৰ গুৰুত্ব আৰোপ কৰিছিল বুলিও প্রধানমন্ত্রী উল্লেখ কৰে।

|

২০২২ চনত ভাৰতৰ ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সন্দৰ্ভত উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ভাৰতে দুগ্ধ প্রস্তুতকৰণৰ ক্ষেত্রত ভাল কাম কৰিছে, সেয়েহে এই ক্ষেত্ৰত আৰু অধিক উন্নতি হোৱাৰ সম্ভাৱনা আছে। প্রধানমন্ত্রীয়ে কয় যে উদ্ভাৱন আৰু মূল্য সংযোজনক গুৰুত্ব দিয়াৰ সময় আহিছে। এই ক্ষেত্ৰত প্রধানমন্ত্রীয়ে মৌ উৎপাদনৰ কথা উল্লেখ কৰে।

|

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Insurance sector sees record deals worth over Rs 38,000 crore in two weeks

Media Coverage

Insurance sector sees record deals worth over Rs 38,000 crore in two weeks
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM speaks with HM King Philippe of Belgium
March 27, 2025

The Prime Minister Shri Narendra Modi spoke with HM King Philippe of Belgium today. Shri Modi appreciated the recent Belgian Economic Mission to India led by HRH Princess Astrid. Both leaders discussed deepening the strong bilateral ties, boosting trade & investment, and advancing collaboration in innovation & sustainability.

In a post on X, he said:

“It was a pleasure to speak with HM King Philippe of Belgium. Appreciated the recent Belgian Economic Mission to India led by HRH Princess Astrid. We discussed deepening our strong bilateral ties, boosting trade & investment, and advancing collaboration in innovation & sustainability.

@MonarchieBe”