প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেনৰ প্ৰধানমন্ত্ৰী ষ্টীফেন ল’ফভেনৰ সৈতে কাৰ্যকৰী সাক্ষাতত মিলিত হয়৷ নেতা দুজনে বিশ্বৰ গুৰুত্বপূৰ্ণ সমস্যাৰাজিৰ বিষয়ে আলোচনা কৰে আৰু ভাৰত তথা ছুইডেনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বাবে আলোচনাত মিলিত হয়৷
A relationship that has grown in intensity over the years and has a huge potential! PM @narendramodi met with @SwedishPM Stefan Löfven. The two leaders had a productive exchange of views on bilateral and regional issues. pic.twitter.com/F66LfFgQwT
— Raveesh Kumar (@MEAIndia) April 17, 2018