গ্লাছগ’ত অনুষ্ঠিত ‘চিঅ’পি২৬’-ৰ আহৰি পৰত ২নৱেম্বৰ, ২০২১ৰ দিনা ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম নাফটালি বেন্নেটৰ সৈতে এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত অনুষ্ঠিত এয়া প্ৰথমখন বৈঠক আছিল।

প্ৰধানমন্ত্ৰীদ্বয়ে দ্বিপাক্ষিক ৰণকৌশলগত সহযোগিতা সম্পৰ্কীয় প্ৰসংগসমূহৰ পৰ্যালোচনা কৰে আৰু বিভিন্ন প্ৰসংগত আগবঢ়া দুয়ো দেশৰ মাজৰ সম্পৰ্কক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে পৰস্পৰৰ মাজত, বিশেষকৈ উচ্চ প্ৰযুক্তি আৰু উদ্ভাৱনশীলতাৰ ক্ষেত্ৰত সহযোগিতাৰ পৰিসৰ বৃদ্ধিৰ প্ৰসংগত সহমত প্ৰকাশ কৰে।

অহাটো বছৰত ভাৰত-ইজৰাইলৰ মাজত পূৰ্ণ পৰিসৰৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৩০টা বছৰ সম্পূৰ্ণ হোৱাৰ কথা স্মৰণ কৰা প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী বেন্নেটক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

  • Dr Chanda patel February 04, 2022

    Jay Hind Jay Bharat🇮🇳
  • शिवकुमार गुप्ता January 26, 2022

    जय भारत
  • शिवकुमार गुप्ता January 26, 2022

    जय हिंद
  • शिवकुमार गुप्ता January 26, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता January 26, 2022

    जय श्री राम
  • SHRI NIVAS MISHRA January 22, 2022

    यही सच्चाई है, भले कुछलोग इससे आंखे मुद ले। यदि आंखे खुली नही रखेंगे तो सही में हवाई जहाज का पहिया पकड़ कर भागना पड़ेगा।
  • G.shankar Srivastav January 03, 2022

    नमो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India eyes potential to become a hub for submarine cables, global backbone

Media Coverage

India eyes potential to become a hub for submarine cables, global backbone
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 মাৰ্চ 2025
March 10, 2025

Appreciation for PM Modi’s Efforts in Strengthening Global Ties