প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে অধ্যাপক ষ্টীফেন হকিঙৰ বিয়োগত শোক প্ৰকাশ কৰিছে৷
‘‘অধ্যাপক ষ্টীফেন হকিং আছিল এজন অসাধাৰণ বিজ্ঞানী তথা শিক্ষাবিদ৷ তেওঁৰ ধৈৰ্য আৰু দৃঢ়তাই সমগ্ৰ বিশ্বৰে লোকক অনুপ্ৰাণিত কৰিছিল৷ তেওঁ মৃত্যুক পৰিহাস কৰিছিল৷ অধ্যাপক হকিঙৰ অগ্ৰণী কৰ্মই আমাৰ পৃথিৱীখনক এক উন্নত স্থান হিচাপে পৰিগণিত কৰিছে৷ তেওঁৰ আত্মাই যেন শান্তি পায়৷’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
Professor Stephen Hawking was an outstanding scientist and academic. His grit and tenacity inspired people all over the world. His demise is anguishing. Professor Hawking’s pioneering work made our world a better place. May his soul rest in peace.
— Narendra Modi (@narendramodi) March 14, 2018