Parliament represents the dreams and voice of 125 crore Indians: PM Modi
Everything said in Parliament is of immense value and provides an opportunity for policy makers and Government to resolve important issues: PM
Disruptions in the Parliament are a loss to the nation than to the government: PM Modi
It is the responsibility of the parliamentarians to ensure smooth functioning of Parliament: Prime Minister

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় সংসদীয় গোটে নতুন দিল্লীত আয়োজন কৰা শ্ৰেষ্ঠ সংসদীয় বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে৷ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দে সংসদৰ চেণ্ট্ৰেল হ’লত এই বঁটা প্ৰদান কৰে৷ উপ-ৰাষ্ট্ৰপতি শ্ৰী এম.ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষা শ্ৰীমতী সুমিত্ৰা মহাজনো অনুষ্ঠানত উপস্থিত থাকে৷

বঁটা বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদ আৰু দেশলৈ তেওঁলোকৰ অৱদান দেশবাসীয়ে সদায় মনত ৰাখিব৷ এই শ্ৰেষ্ঠ সাংসদসকলৰ সৈতে একেলগে কাম কৰা আৰু তেওঁলোকৰ পৰা শিকিব পোৱাতো গৌৰৱৰ বিষয় বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

তেওঁ কয় যে দেশৰ সংসদে ১২৫ কোটি ভাৰতীয়ৰ সপোন আৰু কণ্ঠক প্ৰতিনিধিত্ব কৰে৷ সংসদত উত্থাপন কৰা প্ৰতিটো কথাৰ অপৰিসীম মূল্য আছে আৰু ইয়ে গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰিবলৈ চৰকাৰ আৰু নীতি নিৰ্ধাৰকসকলক এক সুযোগ দিয়ে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদত ব্যাঘাত জন্মালে সাধাৰণ নাগৰিকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে৷ সংসদৰ সময় বিনষ্টকৰণে চৰকাৰতকৈ দেশৰহে ক্ষতিসাধন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদৰ কাম-কাজ নিয়াৰিকৈ চলিবলৈ দিয়াতো প্ৰতিগৰাকী সাংসদৰ কৰ্তব্য, যাতে সকলো সাংসদে নিজৰ বিষয়সমূহ উত্থাপনৰ সুযোগ লাভ কৰে৷

 

  Click here to read full text speech

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
'India Delivers': UN Climate Chief Simon Stiell Hails India As A 'Solar Superpower'

Media Coverage

'India Delivers': UN Climate Chief Simon Stiell Hails India As A 'Solar Superpower'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi condoles loss of lives due to stampede at New Delhi Railway Station
February 16, 2025

The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to stampede at New Delhi Railway Station. Shri Modi also wished a speedy recovery for the injured.

In a X post, the Prime Minister said;

“Distressed by the stampede at New Delhi Railway Station. My thoughts are with all those who have lost their loved ones. I pray that the injured have a speedy recovery. The authorities are assisting all those who have been affected by this stampede.”