QuoteIntra-BRICS trade and investment targets should be more ambitious: PM
QuoteIndia is the world's most open and investment friendly economy due to political stability, predictable policy and business friendly reforms: PM
QuotePrime Minister Shri Narendra Modi addresses BRICS Business Forum

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ব্রাজিলত আজি ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিকছ ব্যৱসায়িক ফ’ৰামত ভাষণ আগবঢ়ায়৷ ব্ৰিকছৰ অন্তৰ্ভূক্ত অন্যান্য দেশসমূহৰ প্ৰধানসকলেও ব্ৰিকছ ব্যৱসায়িক ফ’ৰামত ভাষণ আগবঢ়ায়৷

|

এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে বিশ্বৰ আর্থিক বিকাশৰ ৫০ শতাংশই ব্ৰিকছ দেশসমূহৰ কৃতিত্ব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মন্দাৱস্থাৰ সত্ত্বেও ব্ৰিকছৰ অন্তৰ্ভূক্ত দেশসমূহৰ আর্থিক বিকাশ হৈ আহিছে, বহু লোকে দাৰিদ্ৰসীমা ৰেখাৰ ওপৰলৈ আহিব পাৰিছে তথা প্ৰযুক্তি আৰু উদ্ভাৱতো নতুন সাফল্য অর্জন কৰিছে।

|

প্ৰধানমন্ত্রীয়ে আন্তঃব্ৰিকছ বাণিজ্য আৰু বিনিয়োগৰ লক্ষ্যক আৰু উচ্চ পৰ্যায়লৈ নিয়াৰ ইচ্ছা প্ৰকাশ কৰে আৰু তেওঁ ব্ৰিকছৰ অন্তৰ্ভূক্ত দেশসমূহৰ মাজত ব্যৱসায়ৰ ব্যয় আৰু অধিক পৰিমাণে হ্ৰাস কৰাৰ বাবে সকলোৰে পৰা পৰামর্শ বিচাৰে। প্ৰধানমন্ত্রীৰ পৰামর্শ এই যে পৰৱর্তী ব্ৰিকছ সন্মিলনৰ পূৰ্বেই অন্তত পাঁচটা ক্ষেত্ৰ চিহ্নিত কৰা হওঁক য’ত ব্ৰিকছৰ অন্তৰ্ভূক্ত দেশবোৰে যৌথ উদ্যোগ হাতত ল’ব পাৰে।

|

প্ৰধানমন্ত্রীয়ে কয় যে কাইলৈৰ সন্মিলনত ইনোভেশ্যন ব্ৰিকছ নেটৱর্ক আৰু ব্ৰিকছ ইনষ্টিটিউছন ফৰ ফিউচাৰ নেটৱর্কৰ দৰে গুৰুত্বপূর্ণ প্ৰচ্ষ্টাৱলীক লৈ আলোচনা হ’ব। তেওঁ বেচৰকাৰী খণ্ডক মানৱ সম্পদৰ ওপৰত আলোকপাত কৰিবলৈ এই প্ৰচেষ্টাৰ সৈতে চামিল হ’বলৈ অনুৰোধ জনায়৷ তেওঁ লগতে পাঁচখন দেশৰ মাজত সামাজিক সুৰক্ষা চুক্তিৰ বিষয়টো বিবেচনা কৰা উচিৎ বুলিও পৰামৰ্শ আগবঢ়ায়।

|

প্ৰধানমন্ত্রীয়ে কয় যে ৰাজনৈতিক সুস্থিৰতা, পূৰ্বাভাস নীতি আৰু বাণিজ্য অনুকূল সংস্কাৰৰ বাবে ভাৰতে এতিয়া বিশ্বৰ আটাইতকৈ মুক্ত তথা বিনিয়োগ অনুকূল অর্থনীতি।

Click here to read full text speech

  • दिग्विजय सिंह राना October 26, 2024

    घर घर मोदी
  • Babla sengupta December 28, 2023

    Babla sengupta
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad June 25, 2022

    💐💐💐💐
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad June 25, 2022

    💐💐💐
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad June 25, 2022

    💐💐
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad June 25, 2022

    💐
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad June 25, 2022

    🌹🌹🌹🌹
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad June 25, 2022

    🌹🌹🌹
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad June 25, 2022

    🌹🌹
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad June 25, 2022

    🌹
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
‘Elder Brother, Spiritual Master’: Bhutan PM All Praise For PM Modi As They Meet In Thailand

Media Coverage

‘Elder Brother, Spiritual Master’: Bhutan PM All Praise For PM Modi As They Meet In Thailand
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM reaffirms Government’s commitment to strengthen the maritime sector and ports on National Maritime Day
April 05, 2025

Greeting everyone on the occasion of National Maritime Day, the Prime Minister Shri Narendra Modi reaffirmed Government’s commitment to strengthen the maritime sector and ports for India’s progress.

In a post on X, he stated:

“Today, on National Maritime Day, we recall India’s rich maritime history and the role played by this sector in nation-building.

We will continue to strengthen the maritime sector and our ports for India’s progress.”