দুখন দেশ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি উপলক্ষে অষ্ট্ৰিয়াৰ ভিয়েনাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেন আৰু চেঞ্চেলৰ কাৰ্ল নেহামাৰক সাক্ষাৎ কৰিব। ৪০ বছৰতকৈও অধিক সময়ৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ।
Landed in Vienna. This visit to Austria is a special one. Our nations are connected by shared values and a commitment to a better planet. Looking forward to the various programmes in Austria including talks with Chancellor @karlnehammer, interactions with the Indian community and… pic.twitter.com/PJaeOWVOm1
— Narendra Modi (@narendramodi) July 9, 2024