প্ৰধানমন্ত্ৰী মোদী লণ্ডনত উপস্থিত হৈছেহি য’ত তেওঁ কমনৱেলথ হেড্ছ অৱ গৱৰ্ণমেণ্টৰ মিটিঙত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী থেৰেচা মে’ক সাক্ষাৎ কৰিব আৰু বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকিব৷
Prime Minister @narendramodi reached London, where he will take part in the @Commonwealth18, hold talks with PM @theresa_may and attend various programmes. He was welcomed by @BorisJohnson, UK's Foreign Secretary. pic.twitter.com/kGGcoBYLzF
— PMO India (@PMOIndia) April 18, 2018