প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইউএইত উপস্থিত হৈছে৷ ইয়ে তেওঁৰ ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয়টো লেগৰ আৰম্ভণিক সূচায়৷
ইউএইত প্ৰধানমন্ত্ৰীয়ে আবু ঢাবিৰ মহামান্য ৰাজকুমাৰ শ্বেইখ মহম্মদ বিন জায়েড অল নাহিয়ানৰ সৈতে আলোচনাত মিলিত হ’ব৷
প্ৰধানমন্ত্ৰীয়ে লগতে কেইবাটাও অনুষ্ঠানত ভাগ ল’ব৷