QuoteIndia-Indonesia ties are special: PM Modi
QuoteWe are all proud of the manner in which the Indian diaspora has distinguished itself in Indonesia: PM Modi
QuoteIn the last four years, India has witnessed unparalleled transformation, says PM Modi in Indonesia
QuoteBoth India and Indonesia are proud of their democratic ethos and their diversity: PM Modi
QuoteIn 2014 the people of India voted for a Government headed by a person belonging to a poor background. Similarly, the people of Indonesia elected President Widodo whose background is also humble: PM
QuoteIndian diaspora in Indonesia further strengthens the vibrant people-to-people ties between both our countries: PM Modi
QuoteEnsuring a corruption-free, citizen-centric and development-friendly ecosystem is our priority: PM Modi
QuoteGST has enhanced the tax compliance system in India; it has ensured a better revenue system: PM Modi
QuoteTo enhance ‘Ease of Living’, we are focussing on modern infrastructure; we are creating a system which is transparent as well as sensitive: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাকাৰ্টাত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্কৰ লগতে চলিত বৰ্ষৰ প্ৰথমভাগত ভাৰতত উদযাপিত গণৰাজ্য দিৱসত ইণ্ডোনেছিয়াকে ধৰি আন ১০খন এছিয়ান দেশৰ নেতৃবৰ্গৰ উপস্থিত থকাৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে ১৯৫০ চনৰ পৰা উদযাপিত ভাৰতৰ গণৰাজ্য দিৱসত ইয়াৰ পূৰ্বে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থকা উদাহৰণ নাছিল।

|

প্ৰধানমন্ত্ৰীয়ে কয় যে ইণ্ডোনেছিয়াত বসবাস কৰা ভাৰতীয় বংশোদ্ভৱ লোকসকল ইণ্ডোনেছিয়াৰ গৌৰৱশালী নাগৰিক, কিন্তু তেওঁলোক এতিয়াও ভাৰতীয় মুলৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত চাৰি বছৰত ভাৰতীয়ে লোকসকল এক অদ্বিতীয় পৰিৱৰ্তনৰ সাক্ষী হৈছে। এই সন্দৰ্ভত তেওঁ এফডিআই, ভাৰতৰ মুক্ত অৰ্থনীতি, সহজে ব্যৱসায় কৰিব পৰা ব্যৱস্থা আৰু প্ৰতিযোগিতামুলক ভাৰতীয় অৰ্থনীতিৰ কথা উল্লেখ কৰে।

|
তেওঁ কয় যে দুয়োখন দেশেই ইয়াৰ গণতান্ত্ৰিক মুল্যবোধ আৰু বৈচিত্ৰতাক লৈ গৌৰৱ বোধ কৰে। উদাহৰণস্বৰূপে তেওঁ বালি-যাত্ৰা আৰু ইয়াৰ ব্যঞ্জন তথা ভাষাগত সামাঞ্জস্যৰ ক্ষেত্ৰত দুয়ো দেশৰ সম্পৰ্কৰ কথা কয়। তেওঁ লগতে কয় যে আজি পুৱা তেওঁ আৰু ৰাষ্ট্ৰপতি উইডোডোই যুটীয়াভাৱে ৰামায়ণ আৰু মহাভাৰত বিষয়বস্তুভিত্তিক চিলা প্ৰদৰ্শণীৰ উদ্বোধন কৰে।
|

ভাৰতৰ উন্নয়নৰ প্ৰসংগত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে উন্নয়ন-অনুকূল আৰু দুৰ্নীতি-মুক্ত ব্যৱস্থা গঢ় দিছে। প্ৰধানমন্ত্ৰীয়ে “সহজে ব্যৱসায় কৰিব পৰা ব্যৱস্থা”ৰ পৰা “সহজ জীৱনশৈলী”ৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা বুলি কয়। তেওঁ চৰকাৰৰ পদ্ধতিসমূহ স্বচ্ছ আৰু সংবেনশীল বুলি কয়। প্ৰধানমন্ত্ৰীয়ে কেতবোৰ আন্তঃগাঁথনিমুলক খণ্ডৰ চমকপ্ৰদ উত্থানৰ কথাও উল্লেখ কৰে। তেওঁ ভাৰত ব্যাপক পৰিস্থিতিতন্ত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ সন্দৰ্ভতো ভাষণত উল্লেখ কৰে।

|

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যিকোনো ধৰণৰ প্ৰয়োজনীতাত ভাৰত আৰু ইণ্ডোনেছিয়া সদায় সংবেদনশীল। তেওঁ কয় যে কাৰোবাক সহায়ৰ প্ৰয়োজন হ’লে ভাৰতে কেতিয়াও ভাল-বেয়া বিবেচনা নকৰে। ইণ্ডিয়া আৰু ইণ্ডোনেছিয়াৰ মাজত কেৱল নামৰে মিল নাই, দুয়ো দেশৰ সংস্কৃতি, পৰম্পৰা আৰু গণতান্ত্ৰিক মুল্যবোধৰো সাদৃশ্য আছে বুলিও প্ৰধানমন্ত্ৰীয়ে সদৰি কৰে।

|

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সমূদায়ক ভাৰত ভ্ৰমণ কৰি স্ব-চক্ষে ইয়াৰ পৰিৱৰ্তনক অনুধাৱন কৰিবলৈ আহ্বান জনায়।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

  • Babla sengupta December 23, 2023

    Babla sengupta
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad July 10, 2022

    🌻🌹🌻🌹🌹
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad July 10, 2022

    💐🚩💐🚩
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad July 10, 2022

    🚩🌹🚩🌹
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's defence exports surge to record Rs 23,622 crore in 2024-25: Rajnath Singh

Media Coverage

India's defence exports surge to record Rs 23,622 crore in 2024-25: Rajnath Singh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 এপ্ৰিল 2025
April 02, 2025

Citizens Appreciate Sustainable and Self-Reliant Future: PM Modi's Aatmanirbhar Vision