QuoteIndian diaspora across the world are true and permanent ambassadors of the country, says PM Modi
QuoteIn whichever part of the world Indians went, they not only retained their Indianness but also integrated the lifestyle of that nation: PM
QuoteAspirations of India’s youth and their optimism about the country are at the highest levels: PM Modi
QuoteIndia, with its rich values and traditions, has the power to lead and guide the world dealing with instability: PM Modi
QuoteAt a time when the world is divided by ideologies, India believes in the mantra of ‘Sabka Sath, Sabka Vikas’: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি নতুন দিল্লীত পি আই অ’ – সংসদীয় সভাৰ আদৰণি অনুষ্ঠানত ভাষণ দিয়ে।

প্ৰতিনিধিসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, বহুত মানুহে যোৱা এশ বছৰৰ ভিতৰত ভাৰত এৰি গৈছে যদিও তেওঁলোকে হৃদয়ত ভাৰতক এতিয়াও জীয়াই ৰাখিছে। আচৰিত নহয় যে ভাৰতীয় মূলৰ মানুহে য’লৈকে গৈছে সেই ঠাইৰ সাঁচত নিজকে ঢালি পেলাইছে, কিন্তু তেওঁলোকৰ মনৰ ভিতৰত ভাৰতীয়ত্বক জীয়াই ৰাখিছে, ভাৰতীয় ভাষা কৈছে, সাজ-পাৰ পৰিধান কৰিছে, ভাৰতীয় খাদ্য খাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, আজি নতুন দিল্লীত ভাৰতীয় মূলৰ মানুহেৰে গঢ়া এখন ক্ষূদ্ৰাকায় বিশ্ব সংসদ গঢ় লৈ উঠা যেন লাগিছে। মৰিচাছ, পৰ্তূগাল আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীসকলেই আজি ভাৰতীয় মূলৰ মানুহ।ভাৰতীয় মূলৰ বহু মানুহ আজি বহু দেশৰ চৰকাৰৰ মূৰব্বীৰ পদত অধিষ্ঠিত হৈছে।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা তিনিবছৰত ভাৰত সম্পৰ্কে বিশ্ববাসীৰ ধাৰণা সলনি হৈছে। কাৰণ ভাৰত সলনি হৈছে। ভাৰতত আশাৰ সঞ্চাৰ হৈছে। প্ৰতিটো খণ্ডতে স্থায়ী পৰিৱৰ্তন পৰিলক্ষিত হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, পি আই অ’ সকল ভাৰতৰ স্থায়ী দূতৰ দৰে, তেওঁলোকে য’তেই বাস কৰে, মই তালৈ গ’লে সদায়ে তেওঁলোকক লগ কৰিবলৈ চেষ্টা কৰো।

বিদেশ মন্ত্ৰী শ্ৰীমতা সুষমা স্বৰাজে বিদেশত ভাৰতীয় মানুহে সন্মূখীন হোৱা সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰখাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক প্ৰশংসা কৰে। এই ক্ষেত্ৰত তেওঁ ‘মদদ’ পৰ্টেলৰ কথাও উল্লেখ কৰে।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে প্ৰৱাসী ভাৰতীয়সকলক ভাৰতৰ উন্নয়নৰ অংশীদাৰ হিচাপে গণ্য কৰে। তেওঁ কয় যে, নীতি আয়োগে তৈয়াৰ কৰা খচৰা অনুযায়ী ২০২০ চনলৈকে কৰ্ম আঁচনিত প্ৰৱাসী ভাৰতীয়সকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, অস্থিৰ সময়ত ভাৰতীয় সভ্যতা তথা সংস্কৃতিয়ে সমগ্ৰ বিশ্বক বাট দেখুৱাব পাৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতৰ এচিয়ান দেশসমূহৰ লগত নিবিড় সম্পৰ্ক আছে যিবোৰ এইবাৰৰ গণতন্ত্ৰ দিৱসত প্ৰদৰ্শন কৰা হ’ব।

Click here to read full text speech

  • Jitendra Kumar January 26, 2025

    🇮🇳🇮🇳
  • krishangopal sharma Bjp January 17, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • MLA Namdev Sasane February 12, 2024

    जय श्री राम..🙏🏻🙏🏻 निचे दिये लिंक को NaMo Click करे👇👇👇 https://nm-4.com/mlanamdevsasane via NaMo App
  • MLA Namdev Sasane February 12, 2024

    जय श्री राम..🙏🏻🙏🏻 निचे दिये लिंक को NaMo Click करे👇👇👇 https://nm-4.com/mlanamdevsasane via NaMo App
  • MLA Namdev Sasane February 12, 2024

    जय श्री राम..🙏🏻🙏🏻 निचे दिये लिंक को NaMo Click करे👇👇👇 https://nm-4.com/mlanamdevsasane via NaMo App
  • MLA Namdev Sasane February 12, 2024

    जय श्री राम..🙏🏻🙏🏻 निचे दिये लिंक को NaMo Click करे👇👇👇 https://nm-4.com/mlanamdevsasane via NaMo App
  • ABHINENDRA PRATAP SINGH January 15, 2024

    जय श्री राम
  • Babla sengupta December 30, 2023

    Babla sengupta
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp November 11, 2023

    Jay shree Ram
  • Laxman singh Rana August 09, 2022

    namo namo 🇮🇳🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Behind India’s remarkable showing on renewables

Media Coverage

Behind India’s remarkable showing on renewables
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives due to an accident in Jhabua, Madhya Pradesh
June 04, 2025
QuoteAnnounces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to an accident in Jhabua, Madhya Pradesh. Shri Modi also wished speedy recovery for those injured in the accident.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

The Prime Minister’s Office posted on X;

“Deeply anguished by the loss of lives due to an accident in Jhabua, Madhya Pradesh. Condolences to those who have lost their loved ones. May the injured recover soon.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"