নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চিপিএছইৰ সন্মিলনত উপস্থিত থাকে৷
নিউ ইণ্ডিয়াৰ বাবে কৰ্প’ৰেট শাসন, মানৱ সম্পদ ব্যৱস্থাপনা, বিত্তীয় পুনৰ অভিযান্ত্ৰিকৰণ, উদ্ভাৱন আৰু প্ৰযুক্তি তথা ভিজন ২০২২ বিষয় সম্বন্ধীয় কিছুমান উপস্থাপন আজি প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শিত কৰা হয়৷ উপস্থিত সকলোকে সম্বোধি প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনখন ৰাজহুৱা ক্ষেত্ৰৰ পৰিমণ্ডলৰ এক নতুন আৰম্ভণি বুলি অভিহিত কৰে৷
প্ৰদৰ্শিত উপস্থাপনসমূহক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা ক্ষেত্ৰৰ প্ৰতিষ্ঠানসমূহক কাৰ্যকৰী স্বাধীনতা প্ৰদান কৰিছে যাতে তেওঁলোকে নিজৰ দক্ষতা উন্নয়ন কৰিব পাৰে৷ তেওঁ কয় যে পিএছইউবোৰে স্বাধীনতাৰ সময়ৰ পৰা ৰাষ্ট্ৰ গঠনত তথা ৰাষ্ট্ৰৰ অৰ্থনৈতিক ভেঁটি সুদৃঢ় কৰাত অৱদান আগবঢ়াই আহিছে৷
তেওঁ কয় যে ৰাজহুৱা ক্ষেত্ৰৰ উদ্যোগসমূহৰ বাবে লাভ আৰু সামাজিক সুবিধা আদায় কৰাটো অতিশয় গুৰুত্বপূৰ্ণ৷ পিএছইৰ কৰ্মচাৰীৰ অৱদানৰ ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পিএছই কৰ্মীৰ কঠোৰ পৰিশ্ৰম অবিহনে চৰকাৰৰ বৃহৎ অভিলাসী প্ৰকল্পসমূহ যেনে বিদ্যুতৰ সুবিধা নোহোৱা গাঁওসমূহত বিদ্যুৎ যোগান আৰু দাৰিদ্ৰসকলক এলপিজিৰ সংযোগ প্ৰদান আদি কৰ্মসমূহ সফল নহ’লহেঁতেন৷
প্ৰধানমন্ত্ৰীয়ে কয় যে অতীতৰ জয়গাঁথাসমূহ সুঁৱৰিলেই যথেষ্ট নহয়, উদ্ভাসিত নতুন প্ৰত্যাহ্বানসমূহো আঁকোৱালি ল’ব লাগিব৷ তেওঁ কয় যে উদ্যোগ আৰু উদ্ভাৱন একবিংশ শতিকাৰ মূল নিৰ্দেশক হোৱা উচিত৷ তেওঁ কয় যে অনুপ্ৰেৰণা, কল্পনা আৰু প্ৰতিষ্ঠান নিৰ্মাণেই হ’ল সফলতাৰ প্ৰধান চাবি-কাঠি৷
প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তি তথা ব্যৱস্থাপনাৰ পৰিৱৰ্তনেৰে নিউ ইণ্ডিয়া গঠনত পিএছইক উৎসাহ প্ৰদান কৰি কয় যে পিএছইসমূহক পাঁচটা পি (P)ৰ সূত্ৰৰ প্ৰয়োজন- Performance(দক্ষতা), Process (প্ৰক্ৰিয়া), Persona (ব্যক্তিত্ব), Procurement (আহৰণ), আৰু Prepare (প্ৰস্তুতি)৷
ওপৰৰ সূত্ৰকেইটাৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰি তেওঁ কাৰ্যকৰী আৰু বিত্তীয় দক্ষতাৰ উত্তৰণ; প্ৰক্ৰিয়াৰ স্বচ্ছতা তথা দায়িত্ব; জিইএম প্লেটফ’ৰ্ম আৰু এমএছএমইৰ জৰিয়তে আহৰণ; আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কোৱাণ্টাম কম্পিউটিং তথা ৰ’ব’টিকছৰ দৰে প্ৰযুক্তিগত অৱৰোধৰ প্ৰস্তুতিৰ বিষয়ে সদৰী কৰে৷
নিউ ইণ্ডিয়াৰ বাবে তেওঁ পিএছইৰ সন্মুখত পাঁচটা প্ৰত্যাহ্বান উপস্থাপন কৰেঃ
• ২০২২ চনৰ ভিতৰত কিদৰে ভাৰতীয় পিএছইউয়ে তেওঁলোকৰ ভৌগোলিক পৰিব্যপ্তি সৰ্বাধিক কৰিব?
• ২০২২ চনৰ ভিতৰত কিদৰে ভাৰতীয় পিএছইউয়ে দেশৰ আমদানি বিল হ্ৰাস কৰিব?
• ২০২২ চনৰ ভিতৰত কিদৰে ভাৰতীয় পিএছইউয়ে উদ্ভাৱন আৰু গৱেষণা সংবদ্ধ কৰিব?
• ২০২২ চনৰ ভিতৰত ভাৰতীয় পিএছইউৰ চিএছআৰ পুঁজি ব্যৱহাৰ কৰাৰ পথ মানচিত্ৰ কি হ’ব?
• ২০২২ চনৰ ভিতৰত ভাৰতীয় পিএছইউয়ে দেশক নতুন কি উন্নয়ন মডেল প্ৰদান কৰিব?
প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ ৫০০টা বৃহৎ উদ্যোগৰ ভিতৰত কিছুমান দেশত এক চতুৰ্থাংশই হ’ল ৰাজহুৱা খণ্ডৰ উদ্যোগ৷ তেওঁ ভাৰতীয় পিএছইউক অন্য দেশৰ পিএছইউৰ সৈতে সংবদ্ধ তথা বিদেশত বিনিয়োগৰ বাবে এক বিস্তৃত কৌশল উত্তৰণৰ বাবে পৰামৰ্শ প্ৰদান কৰে৷ তেওঁ কয় যে পিএছইউয়ে ভাৰতৰ আমদানি বিল হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ তাৰোপৰি চিপিএছইৰ আধুনিক গৱেষণা আৰু উন্নয়ন আন্তঃগাঁথনি তথা চিএছআইআৰ আৰু আইচিএআৰ ইত্যাদিৰ সুবিধাৰ কথা উনুকিয়াই দি তেওঁ উদ্ভাৱন আৰু গৱেষণা সংবদ্ধকৰণ প্ৰয়োজনৰ এয়েই সময় বুলি মন্তব্য কৰে৷ প্ৰসংগক্ৰমে তেওঁ চিপিএছই আৰু চৰকাৰী বিভাগসমূহৰ মাজত ব্যাপক পৰিমাণৰ তথ্য বিনিময়ৰ বিষয়ে উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰী গৰাকীয়ে চিপিএছইক প্ৰতিটো বৰ্ষতে একোটা বিশেষ বিষয়ত সামাজিক দায়ৱদ্ধতাৰ কাৰ্যসূচী প্ৰণয়ন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে৷ এই সন্দৰ্ভত তেওঁ বিদ্যালয়সমূহত শৌচাগাৰ নিৰ্মাণত চিএছআৰ পুঁজিৰ ব্যয়ৰ সফলতাৰ বিষয়ে মন্তব্য কৰে৷ তেওঁ কয় যে এটা ভাল বিষয় একোখন সমগ্ৰ জিলাৰ প্ৰত্যাশা হিচাপে বিবেচিত হ’ব পাৰে৷ তেওঁ কয় যে চিপিএছইয়ে চিএছআৰৰ অংশ হিচাপে দক্ষতা উন্নয়ন কাৰ্যসূচীও গ্ৰহণ কৰিব পাৰে৷
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় য়ে চিপিএছইয়ে বিভিন্ন ক্ষেত্ৰত কাগজবিহীন কৰ্ম সংস্কৃতি, নগদবিহীন লেনদেন আৰু জাৱৰ ব্যৱস্থাপনাত আদৰ্শমূলক কৰ্ম সম্পাদন কৰিব পাৰে৷
প্ৰধানমন্ত্ৰীয়ে নিউ ইণ্ডিয়াৰ সমস্যা সমাধানত চিপিএছইৰ বৃহৎ বৰঙণি সন্দৰ্ভত আশা ব্যক্ত কৰে৷
एक प्रकार से PSE का सही मायनों में अर्थ होता है- Profit and Social benefit generating Enterprise. यानि ना सिर्फ शेयर होल्डर्स के लिए Profit कमाए बल्कि Society के लिए Benefit भी Generate करे: PM @narendramodi
— PMO India (@PMOIndia) April 9, 2018
आप के ही इस साहस का नतीजा है कि सरकार बड़े-बड़े फैसले ले पाने में सक्षम है। फिर वो चाहे देश के हर गांव में बिजली पहुंचाने की बात हो या फिर देश की हर गरीब माता-बहन की रसोई तक LPG Connection की बात, आपके संस्थानों से जुड़े लाखों कर्मचारियों के परिश्रम के बिना ये संभव नहीं था: PM
— PMO India (@PMOIndia) April 9, 2018
मैं मानता हूं कि Economic Decision Making में Idealism और Ideology काफी नहीं है, इसकी जगह Pragmatism and Practicality को भी स्थान मिलना चाहिए। सेक्टर चाहे कोई भी हो लेकिन जब 21वीं सदी की बात करते हैं तब, Enterprise & Innovation, वो मंत्र होना चाहिए जो हम सभी को गाइड करे: PM
— PMO India (@PMOIndia) April 9, 2018
Private Sector हो या फिर Public Sector, Success के लिए अलग-अलग मंत्र नहीं होते। सफलता के मंत्र की जब मैं बात करता हूं तब, 3 I की एक सोच सामने आती है.
— PMO India (@PMOIndia) April 9, 2018
3 I यानि - Incentives, Imagination and Institution Building.
Economists बताते हैं कि ये Human Behavior में Incentives, बदलाव लाने वाला सबसे बड़ा tool है। लेकिन Incentives सिर्फ Financial हों ऐसा जरूरी नहीं है, कई बार बेहतर perform करने वाले की फोटो बुलेटिन बोर्ड में लगाने जैसी छोटी बातें सैकड़ों कर्मचारियों को motivate कर सकती हैं: PM
— PMO India (@PMOIndia) April 9, 2018
आज स्थिति ये है कि कई कामयाब प्राइवेट कंपनियां दो दशक से ज्यादा नहीं टिक पातीं।
— PMO India (@PMOIndia) April 9, 2018
इसका बड़ा कारण है आने वाले बदलाव, टेक्नोलॉजी में होने वाले changes के हिसाब से खुद को ना ढाल पाना। यहीं Leadership की Imagination काम आती है। आज Diversification and Disruption की अहमियत बढ़ गई है: PM
तीसरा I यानि Institution building, ये संभवत: Leadership का सबसे अहम Test है। एक ऐसी Team का Formation जो व्यवस्था केंद्रित हो। व्यक्ति केंद्रित और व्यक्ति आधारित व्यवस्थाएं लंबे समय तक नहीं चल पातीं: PM
— PMO India (@PMOIndia) April 9, 2018
आज तक हम PSEs को नवरत्न के रूप में Classify करते रहे हैं। लेकिन अब वक्त आ गया है जब हम इससे आगे की सोचें। क्या हम New India रत्न बनाने के बारे में नहीं सोच सकते? क्या आप तकनीक और प्रक्रियाओं में बदलाव के जरिए New India रत्न बनने और बनाने के लिए तैयार हैं: PM
— PMO India (@PMOIndia) April 9, 2018
मैं समझता हूं कि New India के निर्माण में आपकी सहभागिता 5 P फॉर्मूले पर चलते हुए और ज्यादा हो सकती है। ये 5 P हैं: Performance + Process + Persona + Procurement और Prepare: PM
— PMO India (@PMOIndia) April 9, 2018
हमें खुद से ये सवाल पूछना होगा कि न्यू इंडिया में भारतीय PSUs किस तरह अगले 5-10 साल में Global Greatness को हासिल कर पाएंगे। कैसे उनमें ज्यादा से ज्यादा Innovation हो, प्रक्रियाओं में ऐसा कौन सा सुधार करें जिससे Tax Revenue तो बढ़े ही Employment Generation के भी नए अवसर बने: PM
— PMO India (@PMOIndia) April 9, 2018
2016 में PSUs ने 1 लाख 30 हजार करोड़ रुपए से ज्यादा का Procurement किया था। इसमें से लगभग 25 हजार करोड़ का सामान ही MSME सेक्टर से लिया गया।
— PMO India (@PMOIndia) April 9, 2018
क्या आप सभी मिलकर ऐसा कोई मैकेनिज्म नहीं बना सकते, जिससे देश के लघु और छोटे उद्योगों से ज्यादा से ज्यादा सामान खरीदा जाए: PM
मेरा एक आग्रह आपसे ये भी है कि आप इस बात का भी हमेशा ध्यान रखें कि MSME’s को भुगतान में देरी न हो। Payment late होने पर छोटे उद्यमियों को जिस तरह की दिक्कतें आती हैं, उसकी जानकारी आप सभी को है: PM
— PMO India (@PMOIndia) April 9, 2018
यदि हम Price Competitive हों और Quality Sensitive हों, और ऐसे Products पर फोकस करें जिनके आयात की बाध्यता है और जिन्हें हम नए innovations के जरिए Replace कर सकते हैं, तो import bill में महत्वपूर्ण कमी आ सकती है: PM @narendramodi
— PMO India (@PMOIndia) April 9, 2018
आपको याद होगा 2014-15 में आपने स्कूलों में शौचालय बनाने के लिए CSR Fund डोनेट किया था, जिसके परिणाम आज सबके सामने हैं। नीति आयोग ने देश के 115 सबसे पिछड़ों जिलों की पहचान की है, जिन्हें हम Aspirational Districts मान रहे हैं। क्या इन जिलों का विकास इस वर्ष की थीम हो सकती है: PM
— PMO India (@PMOIndia) April 9, 2018
मेरा आग्रह है कि ज्यादा से ज्यादा Efficiency पर फोकस हो, Corporate Governance पर जोर हो और Resources का सही उपयोग किया जाए। मैं मानता हूं कि Energy और Experience, Enterprise और Enthusiasm के संगम से अभूतपूर्व नतीजे मिलेंगे: PM
— PMO India (@PMOIndia) April 9, 2018