QuoteI am always eager to interact with youth, understand their hopes and aspirations and work accordingly: PM Modi 
QuoteBetween the 19th and 20th century, there was a collective resolve among people to defeat the forces of colonialism: PM Modi 
QuoteElection results of Northeastern states have given the entire a nation a reason to rejoice: PM Modi 
QuoteThere was a sense of alienation among the people of Northeast earlier, but it has changed in the last four years. There is now an emotional integration: PM 
QuoteOnly integration can counter radicalization, says PM Modi
QuoteIndia is a youthful nation, 65% of its population is under the age of 35. The youth has the potential to transform the nation: PM Modi 
QuoteSince forming government in 2014, we have initiated steps that are youth-centric: PM Narendra Modi 
QuoteInnovation is the bedrock to build a better future: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ টুমাকুৰুত অনুষ্ঠিত ‘যুবশক্তিঃ ভবিষ্যৎ ভাৰতৰ বাবে এক ভিজন’ শীর্ষক ৰাজ্যিক পর্যায়ৰ এক যুৱ সন্মিলনত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাষণ আগবঢ়ায়।

টুমাকুৰুৰ ৰামকৃষ্ণ বিবেকানন্দ আশ্ৰমৰ ৰূপালী জয়ন্তী উদযাপন আৰু চিকাগোত স্বামী বিবেকানন্দই আগবঢ়োৱা ভাষণৰ ১২৫ বছৰীয়া বৰ্ষপূৰ্তিৰ লগতে ভগ্নী নিবেদিতাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই সন্মিলনখনি আয়োজন কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ য’তদূৰসম্ভৱ যুৱকসকলৰ সৈতে মিলিত হোৱাৰ বাবে চেষ্টা কৰে আৰু তেওঁলোকৰ আশা-আকাংক্ষাক বুজাৰ লগতে সেই অনুসৰি কাম কৰিব বিচাৰে। তেওঁ কয় যে আজিৰ স্মৃতিচাৰণৰ কেন্দ্ৰ বিন্দু হৈছে স্বামী বিবেকানন্দ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতা আন্দোলনকালত সকলো লোকৰ মনত এটা সংকল্পই বিশেষভাবে অনুপ্রেৰণা যোগাইছিল, সেয়া হৈছে দেশক স্বাধীন কৰা। তাত সমাজ সংস্কাৰ প্রচেষ্টাও সন্নিবিষ্ট আছিল।

|

প্রধানমন্ত্রীয়ে কয় যে বিগত চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব ভাৰতত আবেগিক সংহতিৰ সংকল্প গ্ৰহণ কৰিছে আৰু সেই দিশত সফলো হৈছে। তেওঁ কয় কেৱল সংহতিয়েহে যিকোনো ধৰণৰ উগ্রবাদক দমন কৰিব পৰা যায়।

প্ৰধানমন্ত্ৰীয়ে যুৱকসকলক এক সংকল্প গ্ৰহণৰ লগতে সেয়া অৰ্জনৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে যুৱকসকলে তেওঁলোকৰ সামৰ্থক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উচৰ্গা কৰিবলৈ কয়।

প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে মুদ্ৰা যোজনা, আত্ম-সংস্থাপন আৰু দক্ষতা বিকাশৰ সন্দৰ্ভতো কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে এক উন্নত বৰ্তমান আৰু এক উজ্জ্বল ভৱিষ্যতৰ লক্ষ্যৰে অতীতক জানিবলৈ ক্ৰমশঃ আগ্ৰহী হৈছে আজিৰ যুৱপ্ৰজন্ম।

Click here to read full text of speech

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Gaya to Ayodhya in just 6 hours,thanks to Namo Bharat Rapid Train

Media Coverage

Gaya to Ayodhya in just 6 hours,thanks to Namo Bharat Rapid Train
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister lauds Andhra Pradesh’s Yogandhra 2025 Initiative
June 03, 2025

The Prime Minister, Shri Narendra Modi today appreciated the vibrant participation of yoga enthusiasts at the Yogandhra 2025 event held near Chittoor, Andhra Pradesh. The event, organized amid the breathtaking Puligundu Twin Hills where over 2,000 yoga enthusiasts gathered to kickoff to Andhra Pradesh’s month-long lead-up to International Day of Yoga (IDY) 2025.

Quoting a post shared by Union Minister, Shri Prataprao Jadhav on social media platform X, the Prime Minister said;

"Gladdening to see enthusiasm building up towards Yoga Day 2025. #Yogandhra2025 is a commendable effort by the people of AP to make Yoga popular. I look forward to marking Yoga Day in AP on the 21st.

I call upon all of you to mark Yoga Day and also make Yoga a regular part of your lives.

@ncbn"