Quoteআমাৰ ঐক্যৰ মনোভাৱে আমাৰ দেশৰ বিস্তৃত আৰু সুন্দৰ বৈচিত্ৰ্যৰ মাজত মূল স্তম্ভ ৰূপে কাম কৰেঃপ্ৰধানমন্ত্ৰী
Quoteভাৰতীয় ভাষাত পেছাদাৰী পাঠ্যক্ৰম বিকশিত কৰাৰ প্ৰয়াস কৰা হৈছে যাতে মাতৃভাষাত উচ্চ শিক্ষাদান বাস্তৱত পৰিণত হয়ঃ প্ৰধানমন্ত্ৰী
Quoteএক অনানুষ্ঠানিক পৰিৱেশত মুকলি মনেৰে তেওঁলোকৰ সৈতে আলোচনাত বহাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছে প্ৰতিনিধিসকলে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭ নম্বৰ লোক কল্যাণ মাৰ্গত দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ শিখ বুদ্ধিজীৱীসকলৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে।

|

বৈঠকত প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি দলটোৰ সৈতে মুকলি মনেৰে নানা বিষয়ক লৈ আলোচনা কৰে। আলোচনাৰ উল্লেখযোগ্য বিষয় আছিল-কৃষক কল্যাণ, যুৱ সম্প্ৰদায়ৰ সবলীকৰণ, ড্ৰাগছমুক্ত সমাজ, ৰাষ্ট্ৰীয় শিক্ষা নীতি, দক্ষতা বিকাশ, নিযুক্তি, প্ৰযুক্তি আৰু পঞ্জাৱৰ সামগ্ৰিক উন্নয়ন।

|

প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি দলটোক সাক্ষাৎ কৰি আনন্দ প্ৰকাশ কৰে আৰু কয় যে বুদ্ধিজীৱীসকল হৈছে সমাজৰ মতামত নিৰ্মাতা। প্ৰতিনিধি দলৰ সদস্যসকলক জনসাধাৰণক সচেতন আৰু শিক্ষিত কৰি তোলা আৰু নাগৰিকসকলে যাতে সঠিক তথ্য লাভ কৰে সেই দিশত কাম কৰিবলৈ আহ্বান জনায়। তেওঁ আমাৰ দেশৰ বিস্তৃত আৰু সুন্দৰ বৈচিত্ৰ্যৰ মাজত কেন্দ্ৰীয় স্তম্ভ হিচাপে কাম কৰা ঐক্যৰ মনোভাৱৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

|

প্ৰধানমন্ত্ৰীয়ে মাতৃভাষাত শিক্ষাদানৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতীয় ভাষাত পেছাদাৰী পাঠ্যক্ৰম বিকশিত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে যাতে মাতৃভাষাত উচ্চ শিক্ষাদান বাস্তৱত পৰিণত হয়।

প্ৰতিনিধি দলটোৰ সদস্যসকলে তেওঁলোকক আমন্ত্ৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে কয় যে দেশৰ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক আমন্ত্ৰণ জনাই এইদৰে এক ঘৰুৱা পৰিৱেশত তেওঁলোকৰ সৈতে আলোচনাত মিলিত হব বুলি তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল । শিখ সম্প্ৰদায়ৰ উন্নতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা নিৰন্তৰ আৰু একাধিক পদক্ষেপৰ প্ৰশংসা কৰে প্ৰতিনিধি দলটোৱে।

  • G.shankar Srivastav June 01, 2022

    G.shankar
  • ranjeet kumar May 08, 2022

    maa
  • Vivek Kumar Gupta April 23, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta April 23, 2022

    नमो नमो.
  • Vivek Kumar Gupta April 23, 2022

    जयश्रीराम
  • Vivek Kumar Gupta April 23, 2022

    नमो नमो
  • Vivek Kumar Gupta April 23, 2022

    नमो
  • ranjeet kumar April 20, 2022

    jay🙏🎉🎉
  • Vigneshwar reddy Challa April 12, 2022

    jai modi ji sarkaar
  • DR HEMRAJ RANA April 10, 2022

    इस चुनाव में बहुत सी चीजें प्रथम बार हुई। उत्तर प्रदेश में 38 साल बाद कोई सरकार दोबारा आई। कांग्रेस की 399 सीटों में से 387 सीटों पर जमानत जब्त हुई। आजकल एक नई पार्टी है, जो अपना आपा खो देती है। उत्तर प्रदेश में उनकी सभी 377 सीटों पर जमानत जब्त हो गई। - श्री @JPNadda
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Rs 1,555 crore central aid for 5 states hit by calamities in 2024 gets government nod

Media Coverage

Rs 1,555 crore central aid for 5 states hit by calamities in 2024 gets government nod
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ফেব্ৰুৱাৰী 2025
February 19, 2025

Appreciation for PM Modi's Efforts in Strengthening Economic Ties with Qatar and Beyond