প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিশ্বৰ বৃহত্তম খাদীৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ বাবে খাদী আৰু গ্রামোদ্যোগ আয়োগৰ প্রশংসা কৰে৷ মহাত্মা গান্ধীক শ্রদ্ধাঞ্জলি জনাই লাডাখৰ লেহত ২২৫ ফুট দীঘল আৰু ১৫০ ফুট উচ্চ ৰাষ্ট্ৰীয় পতাকা প্রদর্শন কৰা হৈছে।

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “বাপুৰ প্রতি শ্রদ্ধা নিবেদনৰ এয়া এক ব্যতিক্ৰমী পন্থা। বাপুৰ খাদীৰ প্রতি অনুৰাগ সর্বজনবিদিত।
উৎসৱৰ এই বতৰত খাদীৰ পোচাক প্ৰস্তুত কৰা হস্তশিল্পক আপোনালোকৰ জীৱনৰ অংগ কৰি তোলক আৰু আত্মনির্ভৰ ভাৰত নিৰ্মাণৰ সংকল্পক দৃঢ় কৰক।”

  • Babla sengupta February 09, 2024

    Babla sengupta
  • ranjeet kumar May 02, 2022

    jay sri ram🙏🙏🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
New firms registrations up 29% in May: MCA

Media Coverage

New firms registrations up 29% in May: MCA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 জুন 2025
June 30, 2025

Appreciation by Citizens for Empowering the Nation PM Modi’s Reforms Reshape India’s Economic and Social Landscape