প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰা শিশুসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সৈতে মতবিনিময় কৰে৷ শিশুসকলে তেওঁলোকৰ বিশেষ সাফল্য আৰু প্ৰেৰণাদায়ী কাহিনীসমূহ প্ৰধানমন্ত্ৰীৰ সন্মুখত ব্যক্ত কৰে৷

|

প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক বঁটা জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

তেওঁ কয় যে এই বঁটাই প্ৰতিভাৱান শিশুসকলক স্বীকৃতি দিয়াৰ এক সুন্দৰ সুযোগ কঢ়িয়াই আনিছে আৰু ইয়ে তেওঁলোকৰ দৰে আন বহুতো শিশুক উৎসাহিত কৰিব৷

|

প্ৰধানমন্ত্ৰীয়ে শিশুসকলক প্ৰকৃতিৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়ায়৷

|

প্ৰধানমন্ত্ৰীয়ে শিশুসকলক প্ৰকৃতিৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়ায়৷

|
|

তেওঁ শিশুসকলৰ সৈতে এক ৰসাল মুহূৰ্ত অতিবাহিত কৰে আৰু প্ৰতিভাৱান শিশুসকলৰ অনুৰোধ ৰক্ষা কৰি অটোগ্ৰাফো দিয়ে৷

পটভূমিঃ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ দুটা শাখাত আগবঢ়োৱা হৈছে৷ ব্যক্তিগত শাখাৰ বাবে বাল শক্তি পুৰস্কাৰ আৰু শিশুৰ বাবে কাম কৰা প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষলৈ বাল কল্যাণ পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে৷

|

এই বছৰ বাল শক্তি পুৰস্কাৰৰ বাবে মুঠ ৭৮৩ খন আবেদন লাভ কৰা হৈছিল৷

|

মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে উদ্ভাৱন, ক্ৰীড়া, কলা আৰু সংস্কৃতি, সামাজিক সেৱা, সাহসিকতা আৰু শৈক্ষিক পাৰদৰ্শিতাৰ অধীনত ২৬গৰাকী শিশুক বাল শক্তি পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰে৷

|

 

|

ৰাষ্ট্ৰীয় বাছনি কমিটীয়ে ২ ব্যক্তি বিশেষ আৰু ৩ প্ৰতিষ্ঠানক বাল কল্যাণ পুৰস্কাৰৰ বাবে মনোনীত কৰে৷

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Goli unhone chalayi, dhamaka humne kiya': How Indian Army dealt with Pakistani shelling as part of Operation Sindoor

Media Coverage

'Goli unhone chalayi, dhamaka humne kiya': How Indian Army dealt with Pakistani shelling as part of Operation Sindoor
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 মে’ 2025
May 20, 2025

Citizens Appreciate PM Modi’s Vision in Action: Transforming India with Infrastructure and Innovation