প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তীত উপস্থিত থাকে৷ এই উপলক্ষে তেওঁ কলকাতাৰ ৰবীন্দ্ৰ সেতুত (হাওৰা ব্ৰীজ)ইণ্টাৰেক্টিভ আলোকসজ্বা আৰু এক ছাউণ্ড শ্ব’ৰো মুকলি কৰে৷ মুকলি স্থানত এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷

|

 সেই অনুষ্ঠানত পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী জগদ্বীপ ধানখাৰ, মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীকে ধৰি অন্যান্য প্ৰতিনিধিসকলো উপস্থিত আছিল৷

|

ৰবীন্দ্ৰ সেতুৰ নতুন আলোকসজ্বাত ৬৫০টা এলইডি লাইট আৰু স্প’টলাইট সংযুক্ত কৰা হৈছে যি সংগীতৰ তালে তালে বিভিন্ন ৰঙৰ আলোকসজ্বা প্ৰদৰ্শিত কৰে৷ এই আলোকসজ্বাই দলংখনক এক ঐতিহাসিক ৰূপ দিবলৈ সমৰ্থ হৈছে আৰু ইয়াৰ জৰিয়তে পৰ্যটকসকলক আকৰ্ষিক কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷

|

 

|

 ৰবীন্দ্ৰ সেতু ১৯৪৩ চনত নিৰ্মাণ কৰা হৈছিল৷ যোৱা বছৰত দলংখনৰ ৭৫ বছৰীয়া জয়ন্তী পালন কৰা হৈছে৷ দলংখনত নাট-বল্টু এটাও নোহোৱা স্বত্বেও ইয়াক অতিশয় বুদ্ধিদ্বীপ্ততাৰে নিৰ্মাণ কৰা হৈছিল৷ ইয়াত ২৬,৫০০ টন ষ্টীল ব্যৱহাৰ কৰা হৈছিল, তাৰে ২৩,০০০ টন উচ্চ প্ৰসাৰণযুক্ত সংকৰ ষ্টীল ব্যৱহাৰ কৰা হৈছিল৷

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's total exports jump to record $825 bn in FY25 as services shipments rise over 13%

Media Coverage

India's total exports jump to record $825 bn in FY25 as services shipments rise over 13%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2025
May 01, 2025

9 Years of Ujjwala: PM Modi’s Vision Empowering Homes and Women Across India

PM Modi’s Vision Empowering India Through Data, and Development