মন কী বাতৰ শেহতীয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে পালন কৰা হ’ব৷ তেওঁ কয় যে দেশ আৰু পুষ্টিৰ মাহত ওতঃপ্ৰোত সম্পৰ্ক আছে৷ তেওঁ ‘যথা অন্নম, তথা মান্নম’ শীৰ্ষক প্ৰবাদৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ অৰ্থ হৈছে মানসিক আৰু বৌদ্ধিক বিকাশ প্ৰত্যক্ষভাৱে আমাৰ মানসম্পন্ন খাদ্যৰ সৈতে সম্পৰ্ক আছে৷ তেওঁ কয় যে উপযুক্ত পুষ্টিয়ে শিশু আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ সুক্ষ্মতা প্ৰদৰ্শনৰ বাবে সৰ্বোত্তম সম্ভাৱনা গঢ়ি তোলাত ডাঙৰ ভূমিকা পালন কৰে৷ তেওঁ শিশুৰ পুষ্টিৰ বাবে মাতৃগৰাকীয়েও উপযুক্ত পুষ্টিকৰ খাদ্য পোৱাটো দৰকাৰ বুলি গুৰুত্ব আৰোপ কৰে৷ তেওঁ লগতে কয় যে পুষ্টি মানে কেৱল অত্যাৱশ্যকীয় পুষ্টি, নিমখ আৰু ভিটামিন ইত্যাদিকে নুবুজায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত কেইটামান বছৰত দেশত বিশেষকৈ গাঁওসমূহত জনসাধাৰণৰ সহযোগত পুষ্টি সপ্তাহ আৰু পুষ্টি মাহ পালনেৰে পুষ্টি সজাগতাক এক জন আন্দোলনত পৰিণত কৰিলে৷ তেওঁ লগতে কয় যে বিদ্যালয়সমূহক এই জন আন্দোলনত একত্ৰিত কৰি শিশুসকলৰ মাজত পুষ্টি সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এটা শ্ৰেণীকোঠা এগৰাকী নিৰীক্ষক থকাৰ দৰে পুষ্টিৰ ক্ষেত্ৰতো এগৰাকী নিৰীক্ষক থকা উচিত৷ একেদৰে ৰিপ’ৰ্ট কাৰ্ডৰ দৰে পুষ্টি কাৰ্ডো থকা উচিত বুলি সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে পুষ্টি কাৰ্ড আৰম্ভ কৰিবলৈ কয়৷ তেওঁ উল্লেখ কৰে যে পুষ্টি মাহৰ লগত সংগতি ৰাখি মাই গভ প’ৰ্টেলত এক খাদ্য আৰু পুষ্টি কুইজৰ লগতে মিম প্ৰতিযোগিতা আয়োজন কৰা হ’ব৷ তেওঁ তাত আগ্ৰহীসকলক অংশগ্ৰহণৰ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে জনায় যে ষ্টেচু অব্ ইউনিটীৰ সমীপত এখন ব্যতিক্ৰমী পুষ্টি পাৰ্ক গঢ় দিয়া হৈছে৷ এই পাৰ্কত খেলৰ মাজেৰে পুষ্টিৰ শিক্ষা আনন্দ–প্ৰমোদৰ সৈতে তাত দৰ্শকসকলে উপভোগো কৰিব পাৰিব বুলি কয়৷

ভাৰতৰ বৈতিত্ৰপূৰ্ণ খাদ্য আৰু পানীয়ৰ সন্দৰ্ভত সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন ক্ষেত্ৰৰ জলবায়ু অনুসৰি ভিন্ন ভিন্ন শস্য উৎপাদন হয়৷ সেয়ে এয়া অতিশয় গুৰুত্বপূৰ্ণ যে প্ৰতিটো অঞ্চলৰ জলবায়ু সেই স্থানৰ স্থানীয় ভোজন আৰু তাত উৎপাদিত অন্ন, ফল, শাক–পাচলি অনুসৰি পোষক, পুষ্টিসমৃদ্ধ খাদ্যাভ্যাস গঢ়ি উঠক৷ তেওঁ ‘ভাৰতীয় কৃষি কোষ’ প্ৰস্তুত কৰাৰ সন্দৰ্ভত সদৰি কৰি ইয়াত এখন জিলাত কি কি ফচল উৎপাদন হয়, সেইসমূহৰ পুষ্টিগত মূল্য কেনে এই সকলোবোৰ তথ্য থাকিব বুলি কয়৷ তেওঁ শ্ৰোতাসকলক  পোষণ মাহত পুষ্টিদায়ক খাদ্য খোৱা আৰু সুস্থ হৈ থকাৰ  আহ্বান জনায়৷

  • DASARI SAISIMHA February 27, 2025

    🪷🚩
  • Priya Satheesh January 09, 2025

    🐯
  • கார்த்திக் November 15, 2024

    🪷ஜெய் ஸ்ரீ ராம்🪷जय श्री राम🪷જય શ્રી રામ🪷 🪷ಜೈ ಶ್ರೀ ರಾಮ್🪷ଜୟ ଶ୍ରୀ ରାମ🪷Jai Shri Ram 🌺🌺 🌸জয় শ্ৰী ৰাম🌸ജയ് ശ്രീറാം 🌸 జై శ్రీ రామ్ 🌸🌺
  • ram Sagar pandey November 02, 2024

    🌹🌹🙏🙏🌹🌹जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹जय माँ विन्ध्यवासिनी👏🌹💐जय माता दी 🚩🙏🙏🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹
  • Devendra Kunwar September 29, 2024

    BJP
  • Pradhuman Singh Tomar July 24, 2024

    bjp
  • Dr Swapna Verma March 12, 2024

    jay shree ram
  • rida rashid February 19, 2024

    जय हिंद
  • ज्योती चंद्रकांत मारकडे February 06, 2024

    जय हो
  • Babla sengupta December 24, 2023

    Babla sengupta
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Two women officers and the idea of India

Media Coverage

Two women officers and the idea of India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to Gurudev Rabindranath Tagore on his Jayanti
May 09, 2025

The Prime Minister, Shri Narendra Modi paid tributes to Gurudev Rabindranath Tagore on his Jayanti.

Shri Modi said that Gurudev Rabindranath Tagore is fondly remembered for shaping India’s literary and cultural soul. His works emphasised on humanism and at the same time ignited the spirit of nationalism among the people, Shri Modi further added.

In a X post, Prime Minister said;

“Tributes to Gurudev Rabindranath Tagore on his Jayanti. He is fondly remembered for shaping India’s literary and cultural soul. His works emphasised on humanism and at the same time ignited the spirit of nationalism among the people. His efforts towards education and learning, seen in how he nurtured Santiniketan, are also very inspiring.”