প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৎসৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"মিছামি দুক্কাদাম!
সম্বৎসৰীয়ে ক্ষমাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কাৰোৰে প্ৰতি দুৰ্ভাৱনা নাথাকক। দয়া আৰু ভ্ৰাতৃত্ববোধৰ উদ্দীপনাৰ সদায় উন্মেষ ঘটক।"
Michhami Dukkadam!
— Narendra Modi (@narendramodi) August 31, 2022
Samvatsari emphasises on forgiveness. May there be no ill-feelings towards anyone. May the spirit of kindness and brotherhood always prevail.