শ্ৰী গুৰু ৰামদাস জীৰ ‘প্ৰকাশ পূৰব’ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী গুৰু ৰামদাস জীয়ে পৰোপকাৰ কৰা, সকলো প্ৰকাৰৰ অসমতা আৰু বৈষম্য দূৰ কৰাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে। এখন দয়াশীল আৰু সমাৱেশী সমাজ গঢ়ি তোলাৰ বাবে তেওঁ অব্যাহত ৰখা অন্বেষণে আমাৰ সকলোকে অনুপ্ৰাণিত কৰিছে। শ্ৰী গুৰু ৰামদাস জীৰ ‘প্ৰকাশ পূৰব’ উপলক্ষে সকলোলৈকে শুভেচ্ছা জনালো।
ਸ੍ਰੀ ਗੁਰੂ ਰਾਮਦਾਸ ਜੀ ਨੇ ਹਰ ਕਿਸਮ ਦੀ ਅਸਮਾਨਤਾ ਅਤੇ ਭੇਦਭਾਵ ਨੂੰ ਖਤਮ ਕਰਦੇ ਹੋਏ, ਦੂਸਰਿਆਂ ਦੀ ਸੇਵਾ ਕਰਨ 'ਤੇ ਬਹੁਤ ਜ਼ੋਰ ਦਿੱਤਾ। ਇੱਕ ਦਿਆਲੂ ਅਤੇ ਸਦਭਾਵਨਾ ਭਰੇ ਸਮਾਜ ਲਈ ਉਨ੍ਹਾਂ ਦੀ ਭਾਲ ਸਾਨੂੰ ਸਾਰਿਆਂ ਨੂੰ ਪ੍ਰੇਰਿਤ ਕਰਦੀ ਹੈ। ਸ੍ਰੀ ਗੁਰੂ ਰਾਮਦਾਸ ਜੀ ਦੇ ਪ੍ਰਕਾਸ਼ ਪੁਰਬ ਦੀਆਂ ਵਧਾਈਆਂ।
— Narendra Modi (@narendramodi) November 2, 2020
Sri Guru Ramdas Ji placed great emphasis on serving others, ending all forms of inequality and discrimination. His quest for a kind and harmonious society inspires us all. Greetings on the Parkash Purab of Sri Guru Ramdas Ji.
— Narendra Modi (@narendramodi) November 2, 2020