প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শুভেচ্ছা থাকিল৷ আজিৰ দিনটোত স্থানীয়, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৰ্থ নোহোৱাকৈ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ জৰিয়তে আমাৰ গণতন্ত্ৰক সৱলীকৰণ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহৰা হয়৷ আপোনালোকৰ এই কৰ্মৰ দ্বাৰা নতুন ভাৰত গঢ়াৰ এক দীৰ্ঘতম পথৰ সৃষ্টি হ’ব৷

মই জনতাক ভোটাৰ পঞ্জীয়নৰ বাবে আহ্বান জনাইছো আৰু যিসকল যুৱবন্ধুৱে আগেয়ে পঞ্জীয়ন কৰা নাই তেওঁলোকক পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছো৷ প্ৰতিটো ভোটেই আমাৰ গণতন্ত্ৰক শক্তিশালী কৰিব৷’’

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India is far from being a dead economy — Here’s proof

Media Coverage

India is far from being a dead economy — Here’s proof
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister receives a telephone call from the President of Uzbekistan
August 12, 2025
QuotePresident Mirziyoyev conveys warm greetings to PM and the people of India on the upcoming 79th Independence Day.
QuoteThe two leaders review progress in several key areas of bilateral cooperation.
QuoteThe two leaders reiterate their commitment to further strengthen the age-old ties between India and Central Asia.

Prime Minister Shri Narendra Modi received a telephone call today from the President of the Republic of Uzbekistan, H.E. Mr. Shavkat Mirziyoyev.

President Mirziyoyev conveyed his warm greetings and felicitations to Prime Minister and the people of India on the upcoming 79th Independence Day of India.

The two leaders reviewed progress in several key areas of bilateral cooperation, including trade, connectivity, health, technology and people-to-people ties.

They also exchanged views on regional and global developments of mutual interest, and reiterated their commitment to further strengthen the age-old ties between India and Central Asia.

The two leaders agreed to remain in touch.