ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে।
“ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।
ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ভগৱান বিৰছা মুণ্ডাৰ আশীৰ্ব্বাদ শিৰত লৈ এই ৰাজ্যই অনাগত দিনত উন্নতি আৰু প্ৰগতিৰ নতুন শিখৰত আৰোহণ কৰক”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
झारखंड के लोगों को राज्य के स्थापना दिवस की हार्दिक शुभकामनाएं।
— Narendra Modi (@narendramodi) November 15, 2018
Greetings to the people of Jharkhand on their Statehood Day.
With the blessings of Bhagwan Birsa Munda, may this state scale new heights of growth and glory in the coming years.