QuotePM greets people across nation on various festivals

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে সকলোকে এইদৰে শুভেচ্ছা জনায়,

“সকলোকে বৈশাখীৰ অভিনন্দন জনাইছো। এই উৎসৱে সকলোৰে জীৱনলৈ আনন্দ কঢ়িয়াই আনক, তাকে কামনা কৰিছো। আমাৰ দেশবাসীৰ এমুঠি অন্নৰ বাবে যিসকলে নিৰলস কঠোৰ পৰিশ্ৰম কৰে, সেইসকল কৃষকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

বৈচিত্ৰতাৰে আশীষপুষ্ট ভাৰতবৰ্ষক লৈ আমি গৌৰৱান্বিত। দেশৰ বিভিন্ন স্থানত বিভিন্ন লোকে নিজা নিজা উৎসৱ উদযাপন কৰিছে। এই বিশেষ ক্ষণত মই সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনাইছো।

পুথাণ্ডুৰ বিশেষ ক্ষণত মই তামিল লোকসকলক আন্তৰিক শুভকামনা জনাইছো। অনাগত বৰ্ষত আপোনালোক সকলোৰে আশা-আকাংক্ষা পৰিপূৰ্ণ হওঁক, তাকে প্ৰাৰ্থনা জনাইছো।

বিশুৰ শুভেচ্ছা জনাইছো! নতুন বছৰে সকলোৰে বাবে নতুন আশা, অধিক সমৃদ্ধি আৰু সু-স্বাস্থ্য কঢ়িয়াই আনক, তাকে প্ৰাৰ্থনা জনাইছো।

প্রত্যেকগৰাকী বাঙালীলোকক পহিলা বৈশাখৰ শুভেচ্ছা জনাইছো। এই নৱবর্ষই যেন প্রত্যেকৰে জীবনত শান্তি, সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনে, তাকে কামনা কৰিছো। শুভ নৱবর্ষ!

মোৰ অসমীয়া ভাই-ভনী সকললৈ বহাগ বিহুৰ শুভেচ্ছা যাঁচিছো। শক্তি আৰু উৎসাহৰ বৈশিষ্টৰে পৰিপূৰ্ণ এই উৎসৱে আমাৰ সমাজলৈ সুখ আৰু সু-স্বাস্থ্য কঢ়িয়াই আনক।

বিশ্বৰ বিভিন্ন প্রান্তত বসবাস কৰা আমাৰ ওড়িয়া বন্ধুসকলক মহাবিষুৱ সংক্রান্তিৰ শুভেচ্ছা জনালো! আগন্তুক বছৰটো আৰু অধিক সুন্দৰ হৈ উঠক। সমৃদ্ধশালী ওড়িয়া সংস্কৃতিক লৈ আমি অতিকে গৌৰৱান্বিত।

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
270 million pulled out of poverty! How Modi government achieved a remarkable dip in extreme poverty & what’s the road ahead? Explained

Media Coverage

270 million pulled out of poverty! How Modi government achieved a remarkable dip in extreme poverty & what’s the road ahead? Explained
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Delhi Chief Minister meets Prime Minister
June 10, 2025

The Chief Minister of Delhi, Smt. Rekha Gupta met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“Chief Minister of Delhi, Smt. @gupta_rekha, met Prime Minister @narendramodi.

@CMODelhi”