প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং জীৰ জন্মদিন উপলক্ষে তেওঁক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং জীক জন্মদিনৰ শুভেচ্ছা জনালো। মই তেওঁৰ দীৰ্ঘায়ু আৰু সু স্বাস্থ্য কামনা কৰিলো।"
Birthday greetings to our former Prime Minister Dr. Manmohan Singh Ji. I pray for his long life and wonderful health.
— Narendra Modi (@narendramodi) September 26, 2021