প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱসত চাৰ্টাৰ্জ একাউণ্টেণ্টসকলক শুভেচ্ছা জনায়৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কঠোৰ পৰিশ্ৰমে আমাৰ সমাজত সততাৰ সংস্কৃতি গঢ় দিয়াৰ লগতে কৰ্প’ৰেট প্ৰশাসন ব্যৱস্থাও উন্নত কৰিছে৷ চাৰ্টাৰ্ড একাউণ্টেণ্ট(চিএ)সকলে অৰ্থনৈতিক সমৃদ্ধি বৃদ্ধিতো মুখ্য ভূমিকা পালন কৰে৷ আজি চিএ দিৱসত মই সকলো চিএৰ প্ৰতি মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো৷”

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Increase in lion population from 674 to 891 'very encouraging': PM Modi

Media Coverage

Increase in lion population from 674 to 891 'very encouraging': PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 মে’ 2025
May 25, 2025

Courage, Culture, and Cleanliness: PM Modi’s Mann Ki Baat’s Blueprint for India’s Future

Citizens Appreciate PM Modi’s Achievements From Food Security to Global Power