ব্ৰাজিলত অনুষ্ঠিত ‘ডীপলিম্পিক্ছ ২০২১’ত অংশগ্ৰহণ কৰা প্ৰতিভাধৰ খেলুৱৈসকললৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে ক্ৰীড়া সমাৰোহখনলৈ যোৱাৰ প্ৰাক ক্ষণত খেলুৱৈসকলে ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’ পৰিদৰ্শন কৰা কথাটোৱে তেওঁক বাৰুকৈয়ে আৱেগিক কৰি তুলিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“আজিৰে পৰা আৰম্ভ হোৱা #ডীফলিম্পিক্ছ ২০২১ত ভাগ লোৱা আমাৰ খেলুৱৈদলটোৰ বাবে সমগ্ৰ ভাৰতে জয়ধ্বনি দিছে। আমাৰ প্ৰতিভাধৰ খেলুৱৈসকললৈ শুভকামনা জনাইছো।

ক্ৰীড়া সমাৰোহখনলৈ যোৱাৰ প্ৰাক ক্ষণত খেলুৱৈসকলে ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’ পৰিদৰ্শন কৰা কথাটোৱে মোক বাৰুকৈয়ে আৱেগিক কৰি তুলিছে।

  • Manda krishna BJP Telangana Mahabubabad District mahabubabad June 14, 2022

    2
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad June 14, 2022

    1
  • Sanjay Kumar Singh June 08, 2022

    Jai Shri Radhe Radhe
  • G.shankar Srivastav May 26, 2022

    नमो
  • Sanjay Saini dahiya May 19, 2022

    जय श्री राम
  • Sanjay Kumar Singh May 14, 2022

    Jai Shri Laxmi Narayan
  • ranjeet kumar May 13, 2022

    nmo👌
  • Kushal shiyal May 13, 2022

    jay shree ram🙏
  • R N Singh BJP May 12, 2022

    jai hind 1
  • Sanjay Kumar Singh May 08, 2022

    Jai Shree Ram Bhakt Hanuman
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Govt saved 48 billion kiloWatt of energy per hour by distributing 37 cr LED bulbs

Media Coverage

Govt saved 48 billion kiloWatt of energy per hour by distributing 37 cr LED bulbs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মাৰ্চ 2025
March 12, 2025

Appreciation for PM Modi’s Reforms Powering India’s Global Rise