কলকাতাৰ দুৰ্গাপূজাক ‘ইউনেস্কো’ৱে ‘বিমূৰ্ত ঐতিহ্য’ৰ তালিকাত অন্তৰ্ভূক্ত কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত ‘ইউনেস্কো’ৰ এক ‘টুইট’ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয়;

“প্ৰতিগৰাকী ভাৰতীয়ৰ বাবেই আনন্দ আৰু গৌৰৱৰ বিষয়!

দুৰ্গাপূজাই আমাৰ পৰম্পৰা আৰু আত্মিক বৈশিষ্ট্যৰ দিশসমূহকে বাংময় কৰি তোলে। আৰু, কলকাতাৰ দুৰ্গাপূজাৰ অভিজ্ঞতা সকলোৰে থকা উচিত”। https://t.co/DdRBcTGGs9

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India shipped record 4.5 million personal computers in Q3CY24: IDC

Media Coverage

India shipped record 4.5 million personal computers in Q3CY24: IDC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 নৱেম্বৰ 2024
November 27, 2024

Appreciation for India’s Multi-sectoral Rise and Inclusive Development with the Modi Government