প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ মহদত অট্টালিকা ভাগি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ মহদত অট্টালিকা ভাগি পৰা ঘটনাক লৈ দুঃখিত হৈছো৷ যিসকল পৰিয়ালে তেওঁলোকৰ আত্মীয়-স্বজনক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ দুৰ্ঘটনাস্থলীত স্থানীয় প্ৰশাসন আৰু এনডিআৰএফৰ দলে সম্ভাব্য সকলো ধৰণৰ সাহায্য আগবঢ়াইছে৷”
Saddened by the building collapse in Mahad, Raigad in Maharashtra. My thoughts are with the families of those who lost their dear ones. I pray the injured recover soon. Local authorities and NDRF teams are at the site of the tragedy, providing all possible assistance: PM
— PMO India (@PMOIndia) August 25, 2020