প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিভিন্ন দলৰ সংসদীয় সহযোগীসকলৰ সৈতে আহাৰ গ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত এক্সত পোষ্ট কৰি লিখিছে:
"এটা আড়ম্বৰপূৰ্ণ দুপৰীয়াৰ আহাৰ উপভোগ কৰিলোঁ, বিভিন্ন দল আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ সংসদীয় সহকৰ্মীসকলৰ সৈতে অতি সুন্দৰ সময় অতিবাহিত কৰিলো।"
Enjoyed a sumptuous lunch, made even better thanks to the company of Parliamentary colleagues from various parties and different parts of India. pic.twitter.com/6MWTOCDnPJ
— Narendra Modi (@narendramodi) February 9, 2024