প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভাইছ প্ৰেছিডেণ্ট হিচাপে মিছ কমলা হেৰিছে তেওঁৰ দায়িত্বভাৰ গ্ৰহণ কৰা বাবে অভিনন্দন জনাইছে।
এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “@VP হিচাপে শপত গ্ৰহণ কৰা বাবে @KamalaHarris ক অভিনন্দন জনাইছো। এয়া এক ঐতিহাসিক মুহূৰ্ত। ভাৰত-মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত সম্পৰ্ক আৰু বিস্তাৰৰ বাবে তেওঁৰ সৈতে মত বিনিময়ৰ অপেক্ষাত আছো। ভাৰত- মাৰ্কিন অংশীদাৰীত্ব আমাৰ বিশ্বৰ পক্ষে লাভজনক হ’ব।”
Congratulations to @KamalaHarris on being sworn-in as @VP. It is a historic occasion. Looking forward to interacting with her to make India-USA relations more robust. The India-USA partnership is beneficial for our planet.
— Narendra Modi (@narendramodi) January 20, 2021