প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আইআৰএনএছএছ-২ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছে।
এক বার্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “পিএছএলভিৰ দ্বাৰা আইআৰএনএছএছ-২ উপগ্রহৰ সফল উৎক্ষেপণৰ বাবে আমাৰ বিজ্ঞানীসকলক মই অভিনন্দন জনাইছো। এই সাফল্যৰ জৰিয়তে আমাৰ মহাকাশ কার্যসূচীৰ সুফলবোৰ সাধাৰণ লোকসকলৰ ওচৰ পাব। ইছৰোৰ দলীয় প্রচেষ্টাক লৈ আমি গৌৰৱ বোধ কৰিছো!”
Congratulations to our scientists on the successful launch of navigation satellite IRNSS-1I by PSLV. This success will bring benefits of our space programme to the common man. Proud of team @isro!
— Narendra Modi (@narendramodi) April 12, 2018